I am now accessing as a :

Government Of Assam Environment, Forest and Climate Change Department

স্বত্বৰ নীতি

ই-মেইলযোগে যোগাযোগ কৰি আমাৰপৰা অনুমতি লো‌ৱাৰ পাছত এই ‌ৱেবচাইটত প্ৰকাশ পো‌ৱা তথ্যসমূহ বিনামূলীয়াভা‌ৱে পুণ:প্ৰকাশ বা পুণৰ্মুদ্ৰণ কৰিব পাৰিব । অৱৰশ্যে, তথ্যসমূহ পুণ:প্ৰকাশৰ সময়ত ভা‌ৱাৰ্থৰ সালসলনি কৰি বা,ভুল অৰ্থৰে পৰিচালিত কৰাকৈ বা অৱূমানিত ৰূপত প্ৰকাশ কৰিব নো‌ৱাৰিব। সম্পূৰ্ণ একে অৰ্থ প্ৰকাশ কৰিব লাগিব। তথাপিও, যদি তথ্যসমূহ কাৰোবাৰ প্ৰতি জমা দিয়া হয় বা অন্য এজনে প্ৰকাশ কৰে, তেন্তে উৎসৰ বিষয়ে সম্পূৰ্ণ আৰু স্পষ্টভা‌ৱে উল্লেখ থাকিব লাগিব । অৱওশ্যে এই তথ্যসমূহ পুণ:প্ৰকাশৰ অনুমোদনে তেনে ক্ষেত্ৰসমূহ সামৰি নল'ব য'ত অন্য কোনো তৃতীয় পক্ষৰ সৰ্বস্বত্ত সংৰক্ষিত হৈ থাকে । এনে ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ বা স্বত্তাধিকাৰীৰ পৰা অনুমতি ল'ব লাগিব ।

Assamese