I am now accessing as a :

Government Of Assam Environment, Forest and Climate Change Department

বিষয়বস্তু পৰিচালনা

এইটো হৈছে বিভাগৰ আনুষ্ঠানিক ‌ৱেবচাইট আৰু ইয়াৰ নিৰ্মাণৰ উদ্দেশ্য হৈছে সাধাৰণ জনতাক তথ্যৰ যোগান ধৰা। এই বিভাগ আৰু ইয়াৰ ভিন্ন গোট তথা অনুষ্ঠানসমূহৰ বিশ্বাসযোগ্য, যথোপযুক্ত আৰু প্ৰকৃত তথ্য দাঙি ধৰিবৰ বাবে আমি প্ৰচেষ্টা চলাইছো । ভিন্ন ঠাইত ভাৰতীয় তথ্যপুঞ্জী অথবা ‌ৱেবচাইটৰ যোগসূত্ৰ প্ৰদান কৰা হৈছে ।

এই ‌ৱেবচাইটৰ তথ্যসমূহ প্ৰকৃততে এই বিভাগৰ অন্তৰ্গত ভিন্ন গোট তথা অনুষ্ঠানসমূহৰ সমুহীয়া অৱযদানৰ ফল । নিয়মীয়াভা‌ৱে তথ্যৰ ব্যাপ্তি,দৃষ্টিনন্দন ৰূপ আৰু প্ৰযুক্তিৰে এই ‌ৱেবচাইটটোক সমৃদ্ধ কৰাটো আমাৰ এক লক্ষ্য ।

Assamese