I am now accessing as a :

Government Of Assam Environment, Forest and Climate Change Department

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভেতৰত আৰু বাহিৰত থকা-খোৱাৰ ব্যৱস্থা

প্ৰৱেশ পথৰ ওচৰত থকা-খোৱাৰ কাৰণে সমূহীয়া শয়ন কক্ষ আছে। যৌথ বা গোট হিচাবে থাকিবলৈ বেদিং আৰু খাদ্য অবহনে ৪০ জন লোক শোৱ পৰা পৰ্যাপ্ত ব্যৱস্থা আছে।

বন বিভাগে পৰিচালনা কৰা পৰ্যটন ল১জত সৰ্বোচছ ১৬ জন লোক থাকিব পাৰে। পূৰ্ব আৰক্ষণ দৰকাৰ কিন্তু। ব্যক্তিগত হোটেল আৰু গেষ্ট হাউচ তেজপুৰত পৰ্যাপ্ত পৰিমানে আছে।

উপযোগী যোগাযোগ

উপযোগী যোগাযোগ

সংমণ্ডল বন বিষয়া, মঙংলদৈ বন্যপ্ৰাণী সংমণ্ডল, মংগলদৈ, দৰং, ফোন- (০৩৭১৩) ২৩০০২২, ৰেঞ্জ ফৰেষ্ট বিষয়া, ৰাজীৱ গান্ধী ওৰাং ৰাৰ্ষ্ট্ৰীয় উদ্যান, শিলবৰি, ফোন (০৩৭১২) ২৮২৩৭৯।