I am now accessing as a :

Government Of Assam Environment, Forest and Climate Change Department

অৱলোকন

পৰিবেশ আৰু বন বিভাগ অসমৰ অভিযান হ`ল, পৰিবেশ ৰক্ষা আৰু উন্নয়ন কৰা, ৰাজ্যৰ বন আৰু বন্যপ্ৰাণী সুৰক্ষিত কৰা, আমাৰ যৌথ সংস্কতিৰ ঐতিহ্যৰ সংৰক্ষণ আৰু নতুন মাত্ৰা যোগ কৰা, বন, হ্ৰদ, নদী আৰু বন্যপ্ৰাণীসহ প্ৰকৃতিক পৰিবেশ ৰক্ষা আৰু উন্নত কৰাৰ লগতে জীৱিত প্ৰাণীসমূহৰ প্ৰতি সমবেদনা ৰখা। ইয়াত ৰাজ্যৰ অমূল্য জৈৱবৈচিত্ৰতাক সংৰক্ষণ কৰি আমাৰ লোক সকলৰ মাজত আয় আৰু কৰ্মসংস্থাপন সৃষ্টিক কাৰণে বনাঞ্চল ক্ষেত্ৰ মুকলি কৰি দিয়াকো জড়িত কৰা হৈছে।