I am now accessing as a :

Government Of Assam Environment, Forest and Climate Change Department

দলসমূহৰ সন্মিলন (চি ও পি):

দল সমূহৰ সভা হৈছে সন্মিলনৰ পৰিচালন পৰিষদ, যি সমস্ত চৰকাৰৰ (আৰু আঞ্চলিক অৰ্থনৈতিক ঐক্য প্ৰতিষ্ঠান) যিয়ে সন্ধি সমূহ অনুমোদন কৰিছে। এই চূড়ান্ত কৰ্তৃপক্ষই সন্মিলনৰ অধীনত অগ্ৰগতি পৰ্য্যালোচনা কৰে, নতুন অগ্ৰাধিকাৰ সমূহ চিহ্নিত কৰে আৰু সদস্যসকলৰ কাৰণে কামৰ পৰিকল্পনা নিৰ্ধাৰণ কৰে। চি ও পিয়ে সন্মিলনত সংশোধনো কৰিব পাৰে, বিশেষজ্ঞ পৰামৰ্শদাতা সংস্থা সৃষ্টি কৰিব পাৰে, সদস্য দেশসমূহৰ দ্বাৰা প্ৰগতি প্ৰতিবেদনৰ সমীক্ষা কৰিব পাৰে আৰু অন্য আন্তঃৰাষ্ট্ৰীয় সংগঠন সমূহ আৰু চুক্তিৰ সৈতে সহযোগ কৰিব পাৰে।

অধিক বিৱৰণৰ বাবে : https://www.cbd.int/