বিমান পথেৰে - ওচৰৰ বিমানবন্দৰ হ`ল তেজপুৰৰ শালনীবাৰী প্ৰায় ৬০ কিঃমিঃ দূৰ ওৰাং(ৰাজীৱ গান্ধী) ৰাষ্ট্ৰীয় উদ্যানৰ পৰা। তেজপুৰ বিমানবন্দৰৰ ওৰাং (ৰাজীৱ গান্ধী)ৰাষ্ট্ৰীয় উদ্যানৰ লগত ভাল যোগাযোগ ব্যৱস্থা আছে।
ৰেল পথেৰে - আটাইতকৈ ওচৰৰ ৰেল ষ্টেছনবোৰ হ`ল শালনি আৰু ৰঙাপাৰা ৰেল ষ্টেছন। এইবেৰ ৰেল ষ্টেছন ওৰাং (ৰাজীৱ গান্ধী)ৰাষ্ট্ৰীয় উদ্যানৰ লগত সুন্দৰ যাতায়তৰ সুবিধা আছে।
পথেৰে – এৰাং (ৰাজীৱ গান্ধী)ৰাষ্ট্ৰীয় উদ্যানখন মুখ্য চহৰ/নগৰৰ লগত পথ যোগাযোগৰ সুন্দৰ ব্যৱস্থা আছে। চৰকাৰী আৰু ব্যক্তিগত বাহন ওৰাং (ৰাজীৱ গান্ধী)ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ থাকে ঘনাই।