ক্ৰঃ নং. | পদাৰ্থ বা বৈশিষ্ট | প্ৰয়োজন কাম্য শীমা | অবাঞ্চিত বাহিৰা প্ৰভাৱ বাঞ্চনীয় সীমা | বাঞ্চিত/ আৱশ্যক | মন্তব্য |
---|---|---|---|---|---|
১ | ৰঙ, হেজেন ইউনিট, সৰ্বোচ্চ | -- | ১০ ত কৈ বেছি | আৱশ্যক | বিকল্প উৎসমূহতে যদি বিষাক্ত পদাৰ্থ বুলি সন্দেহ কৰা নহয় তেন্তে কেৱল ৫০ পৰ্যন্ত প্ৰশাৰিত হব পাৰে |
২ | গুন্ধ | আপত্তিজনক | -- | আৱশ্যক | ক)ঠাণ্ডা পৰীক্ষা আৰু যেতিয়া উত্তপ্ত খ)বহুবিধ পৰীক্ষা |
৩ | পৰীক্ষা | সন্মতি | -- | আৱশ্যক | নিৰাপত্তা সুনিশ্বিত কৰাৰ পিছত পৰীক্ষা কৰা হ`ব |
৪ | অস্বচ্ছতা, এন টি ইউ, সৰ্বোচ্চ | ১০ | ১০ৰ বেছি, গ্ৰাহক স্বীকৃতি হ্ৰাস | আৱশ্যক | বিকল্প উৎসৰ অভাৱত,২৫ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে |
৫ | পি এইছ মান | ৬.৫ ৰ পৰা ৮.৫ | এই পৰিসীমাৰ অতিক্ৰম কৰিলে পানীয়ে প্ৰভাৱিত কৰিব মিউকাছ মেমব্ৰেঞ্চ আৰু/বা পানী সৰবৰাহ ব্যৱস্থা | আৱশ্যক | বিকল্প উৎসৰ অভাৱত,৯.২ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে |
৬ | মুঠ কঠোৰতা (চি এ চি ও ৩ হিছাবে)এম জি/১ সৰ্বোচ্চ | ৩০০ | জল পৰিবহণ ব্যৱস্থা আৰু গ্ৰাৰ্হস্থ্য ব্যৱহাৰৰ ওপৰত প্ৰতিকূল প্ৰভাব | আৱশ্যক | বিকল্প উৎসৰ অভাৱত,৬০০ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে |
৭ | কেলচিয়াম (চি এ হিছাবে),এম জি/১ সৰ্বোচ্চ | ৭৫ | জল পৰিবহণ ব্যৱস্থা আৰু গ্ৰাৰ্হস্থ্য ব্যৱহাৰৰ ওপৰত প্ৰতিকূল প্ৰভাব | বাঞ্চনীয় | বিকল্প উৎসৰ অভাৱত,২০০ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে |
৮ | মেগনেচিয়ামকেলচিয়াম (চি ইউ হিছাবে),এম জি/১ সৰ্বোচ্চ | ৩০ | জল পৰিবহণ ব্যৱস্থা আৰু গ্ৰাৰ্হস্থ্য ব্যৱহাৰৰ ওপৰত প্ৰতিকূল প্ৰভাব | আৱশ্যক | বিকল্প উৎসৰ অভাৱত,১০০ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে |
৯ | তাম (চি ইউ হিছাবে),এম জি/১ সৰ্বোচ্চ | ০.০৫ | কঠোৰ সোৱাদ, বৰণ আৰু মামৰে ধৰা পাইপ ফিটিং আৰু পাত্ৰ ইয়াৰ কাৰণ হ`ব পাৰে | আৱশ্যক | ১.৫ পৰ্য্যন্ত পাতল হ`ব পাৰে |
১০ | লোহা (চি ইউ হিছাবে),এম জি/১ সৰ্বোচ্চ | ০.৩ | সোৱাদ/বৰণ এই সীমাৰ বাহিৰত প্ৰভাৱিত হয় আৰু গ্ৰাৰ্হস্থ্য ব্যৱহাৰৰ ওপৰত প্ৰতিকূল প্ৰভাব পৰে, আৰু লৌহ বেক্টেৰিয়াক উদগণি দিয়ে | আৱশ্যক | বিকল্প উৎসৰ অভাৱত,১.০ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে |
১১ | মেঙ্গানীজ (এম এন হিছাবে),এম জি/১ সৰ্বোচ্চ | ০.১ | সোৱাদ/বৰণ এই সীমাৰ বাহিৰত প্ৰভাৱিত হয় গ্ৰাৰ্হস্থ্য ব্যৱহাৰৰ ওপৰত আৰু পানীৰ পৰিবহণ ব্যৱস্থাত | আৱশ্যক | বিকল্প উৎসৰ অভাৱত,০.৫ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে |
১২ | চালফেট (এছ ও ৪ হিছাবে),এম জি/১, সৰ্বোচ্চ | ২৫০ | ইয়াৰ বাহিৰেও গেষ্ট্ৰ`ইণ্টেচটাইন অনিয়মিয়তাৰ ই কাৰণ হৈ পৰে যেতিয়া চডিয়ামৰ মেগনেচিয়াম উপস্থিত থাকে | আৱশ্যক | ৪০০ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে (এম জি হিছাবে) মেগনেচিয়াম ৩০ৰ বেছি নহয় |
১৩ | ক্ল`ৰাইড (চি ১ হিছাবে),এম জি/১, সৰ্বোচ্চ | ২৫০ | এই সীমাৰ বাহিৰত, সোৱাদৰ অৱক্ষয় আৰু ৰুচিকতা প্ৰভাৱিত হয় | আৱশ্যক | বিকল্প উৎসৰ অভাৱত,১০০০ পৰ্যন্ত প্ৰসাৰিত হ`ব পাৰে |
১৪ | নাইট্ৰেড (এম ও ৩ হিছাবে),এম জি/১, সৰ্বোচ্চ | ৪৫ | মেঠিমেগ্লবেলিন এই সীমাৰ বাহিৰত প্ৰভাৱিত হয় | আৱশ্যক | কোনো শিথিলতা নাই |
১৫ | ফ্লৰাইড় (এফ হিছাবে) F), এম জি/১, | ০.৬ পৰা ১.২ | কম ফ্লৰাইড দাঁতৰ লগত জড়িত ১.৫ ৰ বেছি হলে ফ্লৰ`চিছ হব পাৰে | আৱশ্যক | যদি সীমা ০.৬ ৰ তলত হয় তেনেহলে পানীৰ উৎস প্ৰত্যাখান কৰা উচিত আৰু উপযুক্ত জনস্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰা উচিত |
১৬ | ফেনোলিক যৌগ (চি ৬ এইচ ৫ ও এ এইচ),এম জি/১, | ০.০০১ | ইয়াৰ বাহিৰত আপত্তিকৰ সোৱাদ আৰু গুন্ধৰ কাৰণ হ`ব পাৰে | আৱশ্যক | ০.০০২ পৰ্য্যন্ত পাতল হ`ব পাৰে |
১৭ | পাৰা (এইচ জিহিছাবে) এম জি/এল, সৰ্বোচ্চ | ০.০০১ | ইয়াৰ বাহিৰত পানী বিষাক্ত হয় | আৱশ্যক | এই সীমাৰ বাহিৰত প্ৰদূষণৰ সন্দেহ হলে কোনো ধৰণৰ পৰীক্ষা কৰা নহয় |
১৮ | কেডমিয়াম (এইচ জি হিছাবে) এম জি/১, সৰ্বোচ্চ | ০.০১ | ইয়াৰ বাহিৰত পানী বিষাক্ত হয় | আৱশ্যক | এই সীমাৰ বাহিৰত প্ৰদূষণৰ সন্দেহ হলে কোনো ধৰণৰ পৰীক্ষা কৰা নহয় |
১৯ | চেলেনিয়াম (এছ ই হিছাবে) এম জি/১, সৰ্বোচ্চ | ০.০১ | ইয়াৰ বাহিৰত পানী বিষাক্ত হয় | আৱশ্যক | এই সীমাৰ বাহিৰত প্ৰদূষণৰ সন্দেহ হলে কোনো ধৰণৰ পৰীক্ষা কৰা নহয় |
২০ | আৰ্চেনিক (এ এছ হিছাবে) এম জি/১, সৰ্বোচ্চ | ০.০৫ | ইয়াৰ বাহিৰত পানী বিষাক্ত হয় | আৱশ্যক | এই সীমাৰ বাহিৰত প্ৰদূষণৰ সন্দেহ হলে কোনো ধৰণৰ পৰীক্ষা কৰা নহয় |
২১ | চাইনাইড (চি এন হিছাবে) এম জি/১, সৰ্বোচ্চ | ০.০৫ | ইয়াৰ বাহিৰত পানী বিষাক্ত হয় | আৱশ্যক | এই সীমাৰ বাহিৰত প্ৰদূষণৰ সন্দেহ হলে কোনো ধৰণৰ পৰীক্ষা কৰা নহয় |
২২ | শীহ (পি বি হিছাবে) এম জি/১, সৰ্বোচ্চ | ০.১ | ইয়াৰ বাহিৰত পানী বিষাক্ত হয় | আৱশ্যক | এই সীমাৰ বাহিৰত প্ৰদূষণৰ সন্দেহ হলে কোনো ধৰণৰ পৰীক্ষা কৰা নহয় |
২৩ | জিংক (জেদ এন হিছাবে) এম জি/১, সৰ্বোচ্চ | ৫.০ | এই সীমা অতিক্ৰম কৰিলে পানীৰ সোৱাদ আৰু ৰঙ সলনি হ`ব পাৰে | আৱশ্যক | ১০ লৈকে শিথিল হ`ব পাৰে প্ৰদূষণৰ সন্দেহ হলে পৰীক্ষা কৰা দৰকাৰ |
২৪ | এনআইৱনিক ডিটাৰজেণ্ট(এম বি এ এছ) এম জি/১, সৰ্বোচ্চ | ০.২ | এই সীমা অতিক্ৰম কৰিলে পানী পাতলিয়া ফেন যুক্ত হয় | আৱশ্যক | ১.০ লৈকে শিথিল হ`ব পাৰে প্ৰদূষণৰ সন্দেহ হলে পৰীক্ষা কৰা দৰকাৰ |
২৫ | ক্ৰমিয়াম (চি আৰ+৬ হিছাবে) এম জি/১, সৰ্বোচ্চ | ০.০৫ | কাৰচিনজেনিক হব পাৰে | আৱশ্যক | -- |
২৬ | খনিজ তেল, এম জি/১, সৰ্বোচ্চ | ০.০১ | এই সীমা অতিক্ৰম কৰিলে ক্লৰিনেশন সঞ্চালিত হয় আৰু সোৱাদ আৰু ৰঙ অবাঞ্চনীয় হয় | আৱশ্যক | ০.০৩ লৈকে শিথিল হ`ব পাৰে প্ৰদূষণৰ সন্দেহ হলে পৰীক্ষা কৰা দৰকাৰ |
২৭ | ক্লৰাইড নোহোৱা অবশেয এম জি/১, সৰ্বোচ্চ. | ০.০২ | -- | আৱশ্যক | অকল ক্লৰাই যুক্ট পানীৰ ক্ষেত্ৰত প্ৰয্যোয্য হব। উপভোক্টাৰ ক্ষেত্ৰত পৰীক্ষণ কৰা। যেতিয়া ভাইৰেল সংক্ৰমনৰ বিৰুদ্ধে সুৰক্ষাৰ প্ৰয়োজন হয়, ইয়াৰ মাত্ৰা সৰ্বনিম্ন ০.৫এম জি/এল হ`ব লাগে |