মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন

ৰাষ্ট্ৰীয় বায়ুৰ পৰিৱেশৰ গুণগত মান

  • প্ৰদূষকসময় অনুসাৰে অধিকতৰ ভাৰপৰিৱেশ বায়ুৰ ঘনত্ব
    উদ্যোগীক ক্ষেত্ৰআৱাসিক, গ্ৰাম্য আৰু অন্যান্য ক্ষেত্ৰসংবেদশীল ক্ষেত্ৰ
    চালফাৰ ডাই অক্সাইড(এছ ও ২)বাৰ্ষিক গড়*৮০ µg/m3৬০ µg/m3১৫ µg/m3
    ২৪ ঘণ্টা****১২০ µg/m3৮০ µg/m3৩০ µg/m3
    অক্সাইড নাইট্ৰজেনৰ এন ও ২ হিছাবেবাৰ্ষিক গড়*৮০ µg/m3৬০ µg/m3১৫ µg/m3
    ২৪ ঘণ্টা****১২০ µg/m3৮০µg/m3৩০ µg/m3
    স্থগিত অংশবিশেষ উপাদান (এছ পি এম)বাৰ্ষিক গড়*৩৬০ µg/m3১৪০ µg/m3৭০ µg/m3
    ২৪ ঘণ্টা****৫০০ µg/m3২০০ µg/m3১০০ µg/m3
    শ্বাসযোগ্য অংশবিশেষ উপাদান (আৰ পি এম) (আকাৰ ১০ মাইক্ৰনতকৈ কম)বাৰ্ষিক গড়*১২০ µg/m3৬০ µg/m3৫০ µg/m3
    ২৪ ঘণ্টা****১৫০ µg/m3১০০ µg/m3৭৫ µg/m3
    শীহবাৰ্ষিক গড়*১.০ µg/m3০.৭৫ µg/m3০.৫০ µg/m3
    ২৪ ঘণ্টা****১.৫ µg/m3১.০ µg/m3০.৭৫ µg/m3
    এমোনিয়া ১বাৰ্ষিক গড়*০.১ mg/m3০.১ mg/m3০.১mg/m3
     ২৪ ঘণ্টা****০.৪ mg/m3০.৪ mg/m3০.৪mg/m3
    কাৰ্বন মন`অক্সাইড৮ ঘণ্টা**৫.০ mg/m3২.০ mg/m3১.০mg/m3
    ১ ঘণ্টা১০.০ mg/m3৪.০ mg/m3২.০mg/m3
    *বছৰি সৰ্বনিম্ন ১০৪ টা পৰিমাপকৰ বাৰ্ষিক আংশিক গড় এটা সপ্তাহত দুবাৰকৈ ২৪ ঘণ্টাত সমান ব্যৱধানত লোৱা
    **২৪ ঘণ্টা ৮ ঘণ্টাৰ মান ৯৮% পূৰণ হোৱা উচিত, যিকিনহওক, ২% সময়, কিন্তু একেলগে দুই দিনলৈকে নহব পাৰে। বাৰ্ষিক গণনা নূন্যতম ১০৪ পৰিমাণ বাৰ্ষিক আংশিক গড় এটা সপ্তাহত দুবাৰকৈ ২৪ ঘণ্টাত সমান ব্যৱধানত লোৱা  

    টোকা :

    ১.  ৰাষ্ট্ৰীয় বায়ুৰ পৰিৱেশৰ গুণবত্তা মান : জনস্বাস্থ্য, উদ্ভিদ আৰু সম্পত্তি ৰক্ষা কৰাৰ কাৰণে, বায়ুৰ গুণবত্তাৰ কাৰণে এটা পৰ্য্যাপ্ত সীমা।

     ২. য`ত আৰু যেতিয়াই দুটা প্ৰাসঙ্গিক মান নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেতিয়া এটা নিয়মিত/ক্ৰমাগত পৰ্য্যবেক্ষণ আৰু তদন্ত কাৰণে এটা সাম্ভ্যাব্য কাৰণ হিছাবে বিবেচনা কৰা হব।
    এছ.ও. ৩৮৪(ই), বায়ু(প্ৰদূষণ আৰু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১, তাৰিখ এপ্ৰিল ১১, ১৯৯৪] [ই পি এ অধিসূচনা : জি এছ আৰ ১৭৬(ই), এপ্ৰিল ০২, ১৯৯৬].

    ১. অধিসূচনা বিধিৰ সৈতে এছ ও. ৯৫৫(ই), বায়ু(প্ৰদূষণ আৰু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১, তাৰিখ অক্টোবৰ ১৪, ১৯৯৮]