মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department

বিপদশংকুল প্ৰজাতি সমূহ

  • জৈৱবৈচিত্ৰৰ আইন ২০০২ৰ ধাৰা -৩৮ আৰু অসম জৈৱবৈচিত্ৰ নিয়ম ২০১০ ৰ ২৪ (১) ৰ অধীনত আৰু হিতাধিকাৰী সকলৰ সৈতে হোৱা পৰাৰ্মশ অনুযায়ী অসমৰ ৰাজ্য চৰকাৰে উদ্ভিদ আৰু জীৱ জন্তুৰ নিদিষ্ট প্ৰজাতি সমূহক বিপদশংকুল প্ৰজাতি হিছাবে চিহ্নিত কৰিব পাৰে যি সমূহ বিলুপ্ত হোৱাৰ পথত বা অদূৰ ভৱিষ্যতত বিলু্প্ত হোৱাৰ সম্ভাৱনা আছে।

    অসম ৰাজ্যিক জৈৱবৈচিত্ৰৰ ব`ৰ্ডে ``(বিপদশংকূল প্ৰজাতি সমূহক ঘোষণা কৰিবলৈ এটা প্ৰ`ট`কল উন্নয়ন গঠন কৰিছে আৰু এইধৰণৰ প্ৰজাতি সমূহৰ চিনাক্ত কৰণৰ কাৰণে প্ৰক্ৰিয়া সমূহ চলাই থকা হৈছে।