মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন

উদ্যোগৰ শ্ৰেণী সমূহ

  • I.``ৰঙা``ৰঙৰ শ্ৰেণীত থকা উদ্যোগ সমূহৰ তালিকা
    ক.পৰিবেশ আৰু বন মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ দ্বাৰা গুৰুতৰ প্ৰদূষিত হিছাবে চিহ্নিত উদ্যোগ আৰু কেন্দ্ৰীয় কৰ্ম পৰিকল্পনাৰ অধীনত আচ্ছাদিত উদ্যোগ। যেনে:
    এলুমিনিয়াম গলোৱা
    চিমেণ্ট
    ক্ল`ৰ ক্ষাৰ
    কপাৰ স্ফুলিঙ্গ
    ডিস্তিলেৰী সহ ফাৰমেনটেচন উদ্যোগ
    ডাই আৰু ডাই-মধ্যস্থতা
    সাৰ (মৌলিক)(সূত্ৰৰ বাহিৰে)
    লোহা আৰু ইস্পাত (প্ৰক্ৰিয়া কৰণত জড়িত আকৰ/স্ক্ৰ্যাপ/ইণ্টিগ্ৰেটেড স্তীল প্লেণ্ট)
    তেল শোধনাগাৰ (খনিজ তেল বা পেট্ৰো ৰিফাইনেৰী)
    ১০কীটনাশক (কাৰিকৰী)(সূত্ৰৰ বাহিৰে)
    ১১পেট্ৰোকেমিক্যেলচ (কেচামাল হিছাবে ব্যৱহাৰ বা নামমাত্ৰ ব্যৱহাৰ)
    ১২ফাৰ্মাচিউটিক্যেলচ (সূত্ৰৰ বাহিৰে)
    ১৩পাল্প আৰু কাগজ (পাল্পঙৰ সৈতে বা বাহিৰে কাগজ উৎপাদন)
    ১৪চেনি (খণ্ডশ্ৰী বাহিৰে)
    ১৫চামড়াৰ উদ্যোগ
    ১৬তাপীয় বিদ্যুৎ কেন্দ্ৰ
    ১৭দস্তা স্ফুলিঙ্গ
    বি.নিম্নলিখিত উদ্যোগে উৎপাদন কৰা সামগ্ৰী বা নিম্নলিখিত গতিবিধি সমূহ পুৰা কৰা :-
    এনডাইজিং
    এছবেস্ট বা এছবেস্ট ভিত্তিক উদ্যোগ
    মটৰগাড়ি যুক্ত উৎপাদন / একত্ৰিকৰণ
    চিৰামিক / ৰিফ্ৰেক্টৰিজ
    ৰাষায়ণিক, পেট্ৰকেমিক্যেল আৰু ইলোকট্ৰোকেমিক্যেল যেনে ছালফিউৰিক এছিড, নাইট্ৰিক এছিড, ফসফৰিক এছিজ ইত্যাদি
    ক্লোৰেট, পাৰকোলেট আৰু পাৰক্সাইডচ
    ক্লোৰিন, ফ্লোৰাইন, ব্ৰোমিন, আয়োডিন আৰু ইয়াৰ যৌগ
    কোক তৈয়াৰ কৰা, কয়লা দ্ৰৱণ, কোল্টাৰ পাতন বা জ্বলোৱা গ্যেছ তৈয়াৰ কৰা
    প্ৰচলিত প্ৰবাহমান ব্যৱহায্য প্লেণ্ট
    ১০শুকান কয়লা প্ৰক্ৰিয়াজাতকৰণ / খনিজ প্ৰক্ৰিয়াজাতকৰণ উদ্যোগ যেনে আকৰ চিনটেৰিং পেলিটাইজেছন ইত্যাদি
    ১১বিস্ফোৰকত অন্তৰ্ভূক্ত ডেটোনেটৰ, ফিউজ ইত্যাদি
    ১২ খমিৰ, বিয়েৰ প্ৰভৃতিৰ উৎপাদনৰ লগত জড়িত উদ্যোগ
    ১৩ফায়াৰ ক্ৰেকাৰ্চ
    ১৪ফাউণ্ডেৰীজ
    ১৫গ্লাছ আৰু ফাইবাৰ গ্লাছ উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ (গলোৱাৰ বাহিৰে)
    ১৬আঠা আৰু জিলেটিন
    ১৭গধুৰ যন্ত্ৰবিদ্যা
    ১৮চিকিৎসালয়
    ১৯গৰম মিশ্ৰণ উদ্যোগ
    ২০হাইড্ৰকায়নিক এছিড আৰু ইয়াৰ ডেৰিভেটিভছ
    ২১ভস্মীকৰণ উদ্যোগ
    ২২ইলেকট্ৰোড আৰু গ্ৰাফাইট ব্লক, সক্ৰিয় কাৰ্বন, কলা কাৰ্বন ইত্যাদি সৈতে উদ্যোগিক কাৰ্বন
    ২৩উদ্যোগীক আৰু অজৈবিক গেছ যেনে : (ক)ৰাষায়ণিক গেছ: এচিটাইলিন,হাইড্ৰজেন, ক্ল`ৰিণ, ফ্ল`ৰাইন, এম`নিয়া, চাৰফাৰ ডাইঅক্সাইড, ইথাইলিন, হাইড্ৰজেন চালফাইড, ফচফিন,(খ) হাইড্ৰকাৰ্বন গেছ : মিথেন, বুটেন, ইথেন, প্ৰ`পেন  
    ২৪উদ্যোগ বা প্ৰক্ৰিয়া ইলেট্ৰপ্লেটিং সঞ্চালনত জড়িত
    ২৫ফাউণ্ড্ৰি পা প্ৰক্ৰিয়াত জড়িত উদ্যোগ বা ইয়াৰ সঞ্চালন
    ২৬ধাতুৰ ব্যৱহাৰ বা প্ৰক্ৰিয়াকৰণ যেনে পিকলিং, পৃষ্ঠ লেপন, ৰং গৰম কৰা, ৰং বেলেগ কৰা, তাপ ব্যৱস্থাপনা, ফটোচাফটিং আৰু সমাপ্তিকৰণ ইত্যাদি
    ২৭শীহ গলোৱা আৰু পুণৰ প্ৰক্ৰিয়াকৰণ আৰু উৎপাদন
    ২৮চুনযুক্ত উৎপাদন
    ২৯তৈলাক্ত তেল, গ্ৰীচ বা পেট্ৰোলিয়াম ভিত্তিক পণ্য
    ৩০দুদ্ধ প্ৰক্ৰিয়াকৰণ আৰু দুদ্ধজাত সামগ্ৰী (ইণ্টিগ্ৰেটেজ প্ৰকল্প)
    ৩১উপকাৰী আয়ৰণ আৰু খনি
    ৩২জৈৱ ৰাষায়ণিক উৎপাদন
    ৩৩প্যাৰবয়ল্ড চাউল মিল
    ৩৪ৰং আৰু ঔজ্বল্য (সংমিশ্ৰণ/মিশ্ৰণ বাদে)
    ৩৫পেট্ৰোলিয়াম পণ্য উৎপাদন ও তেল/অশোধিত তেল/অৱশিষ্টাংশ পুনৰ্ব্যৱহাৰ
    ৩৬ফচফৰাছ শিল প্ৰক্ৰিয়াকৰণ উদ্যোগ
    ৩৭ফচফৰাছ আৰু ইয়াৰ যৌগ
    ৩৮ফটোগ্ৰাফিক ছায়াছবি আৰু ৰাষায়ণ
    ৩৯ৰংঙ্গক আৰু মধ্যবৰ্তী
    ৪০সুৰা মিশ্ৰণ বা দ্ৰবীভূত কৰাৰ দ্বাৰা পেয় সুৰা (আই এম এফ এল)
    ৪১বিদ্যুৎ উৎপাদক উদ্যোগ (ডি. জি. চেটৰ বাহিৰে)
    ৪২ক্ল`ৰিনেটেড হাইড্ৰ`কাৰ্বন সমন্বিত প্ৰক্ৰিয়া
    ৪৩শ্বিপ ব্ৰেকিং
    ৪৪কচাইখানা আৰু মাংস প্ৰক্ৰিয়াকৰণ গোট
    ৪৫ব্লাষ্ট ফাৰ্ণেচ, অপেন হাৰ্থ ফাৰ্ণেচ, ইণ্ডাক্সন ফাৰ্ণেচ আৰু আৰ্ক ফাৰ্ণেচ ইত্যাদিৰ নিচিনা যি কোনো সঁজুলিৰ ব্যৱহাৰ জড়িত ক`ক প্লাণ্ট সহ তীখা আৰু তীখা উৎপাদ বা যি কোনো এটা সঞ্চালন বা প্ৰক্ৰিয়া সমূহ যেনে হিট ট্ৰিটমেণ্ট, এচিড পিকলিং, ৰ`লিং আৰু গেল্ভেনাইজিং ইত্যাদি
    ৪৬শিল ভঙা যন্ত্ৰ
    ৪৭অস্ত্ৰোপচাৰ আৰু ল্যেটেক্স জড়িত অস্ত্ৰোপচাৰ আৰু চিকিৎসা সঁজুলি
    ৪৮চিন্থেটিক ডিটাৰজেণ্ট আৰু চাবোন
    ৪৯সুতা, টায়াৰ কৰ্ড, পলিয়েস্টাৰ ফিলামেণ্ট সুতা সহ চিন্থেটিক ফাইবাৰ
    ৫০চিন্থেটিক ৰেজিনচ
    ৫১গলোৱাৰ বাহিৰে চিন্থেটিক ৰাবাৰ
    ৫২চিগাৰেট আৰু ধপাত প্ৰক্ৰিয়াকৰণ সহ ধপাত জাতিয় দ্ৰব্য
    ৫৩দ্ৰাৱক নিষ্কাশিত তেল সহ উদ্ভিদতুল্য তেল, হাইদ্ৰজেনিটেড তেল
    ৫৪ঘৰ্ষণ, ধোৱা, ৰঁজক, ছপা আৰু যিকোনো নিৰ্গমন/নিৰ্গমন উৎপাদন প্ৰক্ৰিয়া
    II.``কমলা`` ৰঙৰ শ্ৰেণীত থকা উদ্যোগ সমূহৰ তালিকা
    A.পৰিবেশ আৰু বন মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ দ্বাৰা চিহ্নিত ``কমলা``ৰং ৰ শ্ৰেণীত থকা উদ্যোগ সমূহ
    যানবাহন চাৰ্ভিচিং আৰু মেৰামতী কৰা স্থান
    ইটা নিৰ্মান
    কাজু প্ৰক্ৰিয়াজাতকৰণ উদ্যোগ (শুকান প্ৰক্ৰিয়া)
    চিমেণ্ট ক্লিংকাৰ গুৰিকৰা ইউনিট
    কটন গুঁড়ি কৰা, কটা আৰু বয়ন
    মাছ প্ৰক্ৰিয়াজাতকৰণ
    আটা মিল (ঘৰুৱা অটা মিলৰ বাহিৰে)
    খাদ্য সংযোজাত্মক পুষ্টি আৰু স্বাদ
    শাক-পাছলি আৰু ফল-মূল সহ খাদ্য প্ৰক্ৰিয়াকৰণ
    ১০সুবাশ আৰু উদ্যোগীক পাৰফিউম
    ১১হোটেল আৰু ৰেষ্টুৰেণ্ট
    ১২তৎক্ষনিক চাহ/কফি, কফি প্ৰক্ৰিয়াকৰণ
    ১৩খণ্ডশাৰি চেনি
    ১৪দ্ৰৱীভূতকৰণ, পৰিশোধন প্ৰক্ৰিয়াত জড়িত পৰীক্ষাগাৰ ৰাষায়ণ
    ১৫পৰীক্ষাগাৰ সামগ্ৰী
    ১৬লিড এচিড ব্যেটেৰি পুনৰ কৰ্মোপযোগী কৰা/একত্ৰিকৰণ
    ১৭গলিত খাদ্য
    ১৮শ্বীট কাঁচ আৰু ফটোফ্ৰোমিংৰ পৰা আয়না উৎপাদন
    ১৯চিন্থেটিক ডিটাৰজেণ্ট অন্তবৰ্তী উৎপাদ (চিন্থেটিক ডিটাৰজেণ্ট উৎপাদৰ বাহিৰে)
    ২০চাবোন তৈয়াৰ ( ব্যৱসায় প্ৰদুষণ উৎপন্ন প্ৰক্ৰিয়া)
    ২১ধাতুৰ ব্যৱহাৰ বা প্ৰক্ৰিয়াকৰণ যেনে পৃষ্ঠ লেপন, ৰং গৰম কৰা
    ২২অ-সুৰাযুক্ত পানীয় (নৰম পানীয়)
    ২৩এম পি কে সাৰ/কণিকাযুক্ত কৰা
    ২৪জৈৱ পুষ্টি
    ২৫বীজাণু নাশক/কীট নাশক/ফাংগিচাইডচ/তৃণ নাশক/কৃষি ৰাষায়ণ তৈয়াৰ কৰণ
    ২৬পেট্ৰোলিয়াম উৎপাদ/অশোধিত তেল জমা আৰু স্থানান্তৰ ক্ৰঁচ-ক্ৰাণ্ট্ৰী পাইপলাইনৰ বাহিৰে
    ২৭ফাৰ্মাচিউটিকেলচ ফৰ্মুলেশন
    ২৮প্লাই কাঠ আৰু ব`ৰ্ড উৎপাদন
    ২৯প্ৰাক-সিদ্ধ চাউল মিল
    ৩০কফিৰ গুটি চাফা কৰা আৰু ফাৰ্মেণ্টিং
    ৩১গুড়ি কৰা ইউনিট
    ৩২প্ৰসাৰিত/নিৰ্গমন উৎপাদন প্ৰক্ৰিয়া জড়িত নোহোৱা চিকিৎসা সামগ্ৰী
    ৩৩টায়াৰ আৰু টিউব ভেলকেনাইজেছন, ৰিট্ৰেডিং কাৰ্য্য
    ৩৪ওৱাৰ ড্ৰেইনিং (শীত প্ৰক্ৰিয়া)আৰু বেইলিং ষ্ট্ৰাপ
    III.``সেউজীয়া``ৰঙৰ শ্ৰেণীত থকা উদ্যোগ সমূহৰ তালিকা
    A.বিষয় হিছাবে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডৰ পৰা সাধাৰণ এন ও চি/অনুমোদন জাৰি কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ অধিসূচনাৰ অধীনত পৰামৰ্শ প্ৰদান কৰা ক্ষুদ্ৰ পৰিমাণৰ উদ্যোগ কুটীৰ/আৰু গ্ৰাম্য শ্ৰেণী
    B.সেই সকলো উদ্যোগ আৰু প্ৰক্ৰিয়া যি ``ৰঙা`` আৰু / বা ``কমলা`` ৰঙৰ শ্ৰেণীৰ অধীনত জড়িত নহয় সেই সমূহে প্ৰদূষণ প্ৰক্ৰিয়া বা ধোঁৱা উৎপন্ন নকৰে
    কাপোৰ তৈয়াৰ কৰা
    এয়াৰ কুলাৰ, কণ্ডিচনাৰ এচ্চেম্বল্লী
    বাইচাইকেল, শিশুৰ গাড়ী আৰু অন্যান্য ক্ষুদ্ৰ মটৰ নথকা যানবাহনৰ এচ্চেম্বল্লী
    অটা মিল
    মিঠাই কেক, বিস্কুট, বেকাৰি উৎপাদ
    বাঁহ আৰু বেতৰ উৎপাদ ( অকল ড্ৰাই অপাৰেচন)
    মুদ্ৰণৰ কাৰণে ব্লক তৈয়াৰ
    ব্লাক চিমেণ্ট টাৰ্মিনেল
    পিচব`ৰ্ড আৰু ধৌতোলা বাকচ আৰু কাগজ উৎপাদ (কাগজ বা গুড়ী উৎপাদনৰ বাহিৰেও)
    ১০কাৰ্পেট বয়ন
    ১১চিলিং প্লেণ্ট আৰু কল্ড ষ্টোৰেজ
    ১২কটন আৰু উলৰ হোচিয়াৰি
    ১৩দাইল মিল
    ১৪ইলেকট্ৰনিক আৰু ইলেকট্ৰিকেল সামগ্ৰী
    ১৫ইলেকট্ৰনিক্স সৰঞ্জাম (এচ্চেম্বল্লী)
    ১৬পাদুকা (ৰবৰ)
    ১৭ফাউণ্টেইন কলম
    ১৮কাপোৰ চিলোৱা, দৰজি
    ১৯সোণ আৰু ৰূপৰ সোণাৰী
    ২০সোণ আৰু ৰূপালী সুতাৰ কাম
    ২১বাদামৰ বাকলী গোছোৱা (শুকান)
    ২২আইচ ক্ৰিম আইচ বনোৱা
    ২৩উদ্যোগীক গেছ, মূখ্যত : এয়াৰ, অক্সিজেন, নাইট্ৰোজেন, আৰ্গন, হিলিয়াম,কাৰ্বন ডাই অক্সাইড, নাইট্ৰচ অক্সাইড
    ২৪অন্তৰণ আৰু প্ৰলিপ্ত কাগজপত্ৰ (কাগজ বা গুড়ী উৎপাদনৰ বাহিৰেও)
    ২৫জব্বি আৰু যন্ত্ৰ
    ২৬টানিং আৰু হাইড প্ৰচেচিং বাহিৰে চামড়া পাদুকা আৰু চামড়াজান উৎপাদ
    ২৭লঘূ অভিযান্ত্ৰিক
    ২৮কৃট্ৰিম ডিটাৰজেণ্ট উৎপাদৰ নিৰ্মাণ
    ২৯বাণিজ্য নিৰ্গমন প্ৰজন্ম প্ৰক্ৰিয়াৰ বাহিৰে চাবোন উৎপাদন ( অকল ফেট আৰু ফেটি এচিডৰ চাপ`নিফিকেচন )
    ৩০মেডিকেল আৰু  অস্ত্ৰোপচাৰ সজুলি
    ৩১খনিজ পানী
    ৩২বাদ্য যন্ত্ৰ উৎপাদন
    ৩৩তেল গ্ৰিণিং/ তিবাৰিত (হাইড্ৰজিনেশন/ৰিফিন্নিং নহয়)
    ৩৪অপটিকেল ফ্ৰেম
    ৩৫পেইণ্ট (একমাত্ৰ মিশ্ৰণ প্ৰণালীৰ দ্বাৰা)
    ৩৬কাগজৰ পিন আৰু ইউ-ক্লিপ
    ৩৭প্লাষ্টিক আৰু পি.ভি.চি. প্ৰক্ৰিয়াজাত সামগ্ৰী
    ৩৮পলিথিন, প্লাষ্টিক আৰু পি. ভি. চি. ইনজেকশনৰ মাধ্যমৰ সামগ্ৰী/এক্সট্ৰুশন মল্ডিং
    ৩৯পাৱাৰলুমচ.// হেণ্ডলুমচ (ডাই আৰু ব্লিচিং বাহিৰেও)
    ৪০ছপাশাল
    ৪১ৰেডিও এচেম্বলিং
    ৪২ৰাইচ মুল্লৰ্চ
    ৪৩ৰচি (তুলা আৰু প্লাষ্টিক)
    ৪৪ৰাবাৰ পণ্য উদ্যোগ
    ৪৫বৈজ্ঞানিক আৰু গণিতিক যন্ত্ৰ
    ৪৬জোতাৰ ফিটা উদ্যোগ
    ৪৭ক্ৰীড়া সামগ্ৰী
    ৪৮শস্য তিওৱা আৰু প্ৰক্ৰিয়াকৰণ
    ৪৯চুফাৰি (তামোল) আৰু মছলা খুন্দা
    ৫০থাৰ্ম`মিটাৰ নিৰ্মাণ
    ৫১পুতলা
    ৫২হাইড্ৰলিক ডিচাৰ্জৰ দ্বাৰা ব্যৱহৃত বালিৰ ক্ষয়ন
    ৫৩পানী পাতলিকৰণ আৰু খনিজমুক্ত কৰা উদ্যোগ
    ৫৪স্কিনিং, ধোৱা, ৰঞ্জন, প্ৰিণ্টি বা কোনো প্ৰৱাহমান/নিৰ্গমন উৎপাদন প্ৰক্ৰিয়াত জড়িত সুতা বা টেক্সটাইল প্ৰক্ৰিয়াকৰণ
    IV. অ-প্ৰদূষণযুক্ত উদ্যোগীক কাৰ্য্যকলাপ [সন্মতি পৰা ৰেহাই]
    চিলাই/বস্ত্ৰ নিৰ্মাণ
    হস্ত তাঁত
    আচবাৱ(কাঠ আৰু ষ্টীল)
    ঘৰুৱা বৈদ্যুতিক আৰু বৈদ্যুতিক আহিলা/সৰঞ্জাম, মম।
    মম
    বাঢ়ৈ (কাঠ কল বহিৰ্ভূক্ত)
    ষ্টীলৰ ট্ৰাংক আৰু চুটকেচ নিৰ্মাণ
    টোকা
    যি সমূহ উদ্যোগ ওপৰত উল্লেখ কৰা শ্ৰেণী সমূহৰ ভিতৰত নপৰে (উঃস্বঃ ৰঙা/কমলা/সেউজীয়া/অ-প্ৰদূষণযুক্ত), তাৰ শ্ৰেণীবিভাজনৰ বিষয়ে সিন্ধান্ত ব`ৰ্ডৰ সদস্য-সচিব আৰু দুজন চিনিয়ৰ অফিচাৰ সহ প্ৰধান কাৰ্য্যালয়ৰ স্তৰৰ এখন কমিটিয়ে গ্ৰহণ কৰিব।
    ৰাজ্যিক ব`ৰ্ড আৰু / অথবা ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব নিৰ্ধাৰিত অগ্ৰাধিকাৰ দিয়া আৰু ৰাজ্যিক ব`ৰ্ডৰ স্থানীয় শৰ্তাৱলী অনুযায়ী উদ্যোগ সমূহৰ শ্ৰেণীবিভাজন গ্ৰহণ কৰিব পাৰে