মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department

সংৰক্ষীত বনাঞ্চল

  • Reserve Forest

    বন সংৰক্ষণৰ কেলাইজস্কোপ

    ক্ৰঃনংনামসংখ্যামন্তব্য
    ১ৰাষ্ট্ৰীয় উদ্যান৫ 
    ২বন্যপ্ৰাণী২০প্ৰস্তাৱিত তিনিখন
    ৩বাঘ সংৰক্ষণ৩মানস, নালেৰী, কাজিৰঙা
    ৪জৈৱমণ্ডল সংৰক্ষণ২ডিব্ৰু-চৈখোৱা, মানস
    ৫বিশ্ব ঐতিহ্য ক্ষেত্ৰ২কাজিৰঙা, মানস
    ৬ৰামচাৰ ক্ষেত্ৰ১দিপৰ বিল
    ৭গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ৪৬ 
    ৮হস্তী সংৰক্ষণ৫ 

    অসমৰ সংৰক্ষীত বনাঞ্চল আৰু সুৰক্ষিত এলাকাৰ মেপ প্ৰদৰ্শণ

    বাঘ সংৰক্ষণ
    ১মানস টি আৰকোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী২৮৩৭.১২১৯৭৩
    ২নামেৰি টি আৰশোণিতপুৰ৩৪৪.০০১-০৩-২০০০
    ৩কাজিৰঙা টি আৰনগাওঁ, গোৱাঘাট, শোণিতপুৰ৮৫৮.৯৮২০০৬

    হস্তী সংৰক্ষণ

    ১ছিৰাং-ৰাইপু ই আৰকোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী২৬০০.০০০৬-০৩-০৩
    ২শোণিতপুৰ ই আৰশোণিতপুৰ১৪২০.০০০৭-০৩-০৩
    ৩দিহিং-পাটকাই ই আৰডিব্ৰুগড় আৰু তিনিচুকীয়া৯৩৭.০০০৭-০৪-০৩
    ৪কাজিৰঙা-কাৰ্বিআংলং ই আৰশোণিতপুৰ, নগাওঁ, গোৱাঘাট, আৰু কাৰ্বীআংলং৩২৭০.০০১৭-০৪-০৩
    ৫ধনশিৰি-লুংডিং ই আৰকাৰ্বীআংলং, নগাওঁ আৰু উত্তৰ কাচাৰ পাৰ্বত্য২৭৪০.০০১৯-০৪-০৩
    বায়স্ফীয়ৰ ৰিজাৰ্ভ
    ১মানস বি আৰকোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী২৮৩৭.০০১৪-০৩-৮৯
    ২Dibru-Saikhowa BRডিব্ৰুগড় আৰু তিনিচুকীয়া৭৬৫-.০০২৮-০৭-৯৭