বিভাগীয় অভিযানৰ প্ৰাপ্ত কৰিবৰ কাৰণে অসমৰ ব্যপক নীতি গঠনকাৰ্য্য আছে। চৰকাৰ নীতিসমূহক অন্তিম ৰুপ দিয়াত আৰু সংশোধিত কৰাত সক্ৰিয় ভাৱে জড়িত হৈ আছে যাতে ব্যক্তি আৰু ৰাজ্যৰ স্থাৰ্থসমূহ পূৰণ কৰিব পাৰে। পৰিবেস আৰু বন সংৰক্ষণত মানুহৰ অংশ গ্ৰহণ হৈছে ৰাজ্যৰ সকলো নীতি প্ৰণয়নৰ অন্তৰ্নিহিত মূল নীতি।
প্ৰাথমিক পৰ্য্যায়ৰ পৰাই বন সম্পদ সমূহ নিয়ন্ত্ৰন কৰি অহা হৈছে। ভাৰতত প্ৰকৃতিক সম্পদ প্ৰৱন্ধনৰ কাৰণে আইন, নীতি আৰু নিৰ্দেশিকা সমূহৰ শিপাডাল বৃটিছ উপনিবেশকতাৰ দিনৰে পৰা টানি আনিব পাৰি। বন সম্পদৰ প্ৰৱন্ধনৰ পৃষ্ঠভূমিত প্ৰাসংগিক সংবিধানিক গঠনকাৰ্য্য নিম্নোক্ত ধৰণে সংক্ষেপত বুজোৱা হৈছে……
১৯৫২ চনত, ভাৰত চৰকাৰৰ খাদ্য ও কৃষিৰ পূৰ্ব মন্ত্ৰণালয়ে এটা বিবৃতি যোগে নীতি প্ৰণয়ন কৰে যি দেশৰ ৰাজ্যিক বন সমূহ প্ৰৱন্ধন ব্যৱস্থাত অনুসৰণ কৰা হয়। এই নীতিৰ অৱ্যশ্বকতা ১৯৮৪ৰ বন নীতি ঘোষনাৰ পিছৰে পৰা হোৱা পৰিবৰ্তণক সমূহক আলোকিত কৰা। বন, যিকিনহওক ৰাজহৰ উৎস হিছাবে লক্ষ্য কৰাতে অব্যাহত আছে। ইয়াক স্বীকৃতি দিয়া হৈছে যে ভূমিৰ আনুপাতক বনৰ অধীনত স্থায়ী ৰূপত ৰখাটো স্বাভাৱিক ৰূপত বিভিন্ন ক্ষেত্ৰত বিভিন্ন হয়, নীতি সমূহে কৈছে যে ব্যৱহাৰিক বিচাৰৰ পৰা অনুধাৱন কৰিব পাৰি যে ``ভাৰতে সম্পূৰ্ণ ৰূপে বনৰ অধীনত ইয়াৰ মুঠ ভূমি এলেকাৰ এক তৃতীয়াংশ বৰ্তাই ৰখাৰ উদ্দেশ্যৰে কাম কৰে, ব্যৱসায়িক প্ৰজাতি সমূহক কম মূল্যৰ মিশ্ৰিত বন সমূহৰ পৰা উচ্চ মূল্যসম্পন্ন বৃক্ষ ৰোপনৰ সংৰক্ষণৰ ওপৰত জোৰ দিয়া হৈছিল।
বাঁহ আৰু বেত অসম ৰাজ্যৰ অপ্ৰত্যাশিত প্ৰমুখ সংসাধন সমূহক প্ৰতিনিধিত্ব কৰে যাৰ সম্পূৰ্ণ পৰিস্থিতিতান্ত্ৰিক আৰু আৰ্থিক ক্ষমতাক ৰাজ্যৰ সকলো স্থায়ী উন্নয়নৰ কাৰণে পৰিস্থিতিতান্ত্ৰিক সুৰক্ষা সুনিশ্বিত কৰাৰ পদ্ধতিৰে স্বীকৃতি, বাকাশ আৰু প্ৰচাৰ কৰাৰ আৱশ্যকতা আছে।
Title | Size | Detail |
---|---|---|
অসম বাঁহ আৰু বেত নীতি, ২০০৩ | 232 KB | |
অসম বন নীতি, ২০০৪ | 234.42 KB | |
ৰাষ্ট্ৰীয় কৰ্ম আঁচনি | 137.46 KB |