মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন

সংযুক্ত বন প্ৰৱন্ধন
জে এছ এম মানে কি ! অসমত জে এফ এমৰ উৎপত্তি উদ্দেশ্য সম্প্ৰদায় সমূহৰ সবলীকৰণ লিংগ সংক্ৰান্তীয় বিষয়সমূহ উৎভাৱন সম ভোগাধিকাৰ ব্যৱস্থা পুঁজি পৰিচালনা বিত্তীয় প্ৰতিনিধিত্ব প্ৰৱেশ পথৰ কাৰ্য্যকলাপ- পৰিকল্পিত প্ৰভাৱসমূহ- শক্তি আৰু প্ৰত্যাহ্বান- বনসমূহৰ ওপৰত হেঁচা- অসমৰ বন উন্নয়ন সংস্থা সমূহৰ স্থিতি ঝুম খেতিৰ পুনৰ্সংস্থাপন
জে এফ এম আৰু ভি ই এছ পি জে এফ এম আৰু বায়` ডিজেলৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান- জে এফ এম আৰু বন গাওঁ বিকাশ প্ৰাকৃতিক সম্পদ প্ৰৱন্ধন আৰু সংশ্লিস্থ জীৱিকা নিৰ্বাহ (এন এ আৰ এম আই এল)। ৱৰ্ড বেংকৰ বনাঞ্চলীয় পাইলট প্ৰকল্প। প্ৰত্যাহবান জে এফ এম আৰু পঞ্চায়ত সমূহ- অসমৰ বন উন্নয়ন সংস্থা সমূহৰ স্থিতিৰ প্ৰতিবেদন ন`ডেল বিষয়া বন উন্নয়ন সংস্থা- অসমৰ এফ ডি এ সমূহৰ অধীনৰ অধ্যক্ষ তথা মূখ্য কাৰ্য্যকৰী বিষয়া সকলৰ তালিকা, (৩১ মাৰ্চ, ২০০৬লৈকে)
 

জে এছ এম মানে কি !

এইটো এটা অৱধাৰণা, যি অৰণ্যত স্থানীয় সম্প্ৰদায় সমূহৰ অধিকাৰ সমূহৰ সিদ্ধান্তৰ ওপৰত আধাৰিত, ৰাজ্যৰ মালিকানাধীন বন পৰিচালনাৰ এটা প্ৰক্ৰিয়া, কিন্তু স্থানীয় সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত, বন বিভাগ ( এফ ডি) আৰু স্থানীয় সম্প্ৰদায়ৰ মাজত এক স্থিৰ ইণ্টাৰফেচ উৎপন্ন কৰিবৰ কাৰণে এক বহুতেই জটিল সম্পত্তি অধিকাৰ ব্যৱস্থাৰ বিকাশৰ লগত জড়িত এক দৃষ্টিকোণ আৰু এইটো এক সম্ভাব্য পদ্ধতি যাৰ মাধ্যমেৰে মানুহৰ হিত আৰু দীৰ্ঘকালীন স্থিৰতাক পাৰস্পৰিক সৰ্মথন পদ্ধতিৰে সুসংগত কৰিব পাৰি।

১৯৮৮ ৰ আগত, বন প্ৰবন্ধনৰ উদ্দেশ্য আছিল বাণিজ্যিক বনাঞ্চল আৰু ৰাজহ উৎপাদন। কিন্তু ১৯৮৮ ৰ বন নীতিয়ে ভূমি আৰু বাতাবৰণৰ সংৰক্ষণ, স্থানীয় লোক সকলৰ নিৰ্বাহ আৱশ্যকতা সমূহ আদিৰ কাৰণে পৰিকল্পনা কৰিছিল। তাৰপিছত, ভাৰত চৰকাৰে ১ জুন, ১৯৯০ ৰ নিৰ্দেশিকা জাৰিৰ কাৰণে আৰু বনৰ সুৰক্ষা সুনিশ্বিত কৰিবৰ কাৰণে স্পষ্ট ৰূপত চিহ্নিত কৰা কৰ্ত্যব সমূহ আৰু কাৰ্য্যসমূহৰ লগত বন সংৰক্ষণৰ কাৰণে ৰাষ্ট্ৰীয় বনানিকৰণ কাৰ্য্যক্ৰম অনুযায়ী সংযুক্ত বন প্ৰৱন্ধনক গ্ৰহণ কৰে। নীতি সমূহ পৰিবেশ অৱনতি আৰু গ্ৰাম্য দৰিদ্ৰতা উভয়কে হ্ৰাস কৰাৰ ইচ্ছাৰে প্ৰেৰিত কৰা হৈছিল।

অসমত জে এফ এমৰ উৎপত্তি

  • অসম চৰকাৰে অসম সংযুক্ত (ব্যক্তিৰ অংশগ্ৰহণ) বন প্ৰৱন্ধন নিয়ম ১৯৯৮ ক প্ৰকাশিত কৰে।
  • ৫০৩ খন সংযুক্ত বন প্ৰৱন্ধন সমিতি (জে এফ এম চি এছ) সহ ২০০২-০৩ৰ সময়ত ২৮ টা বন উন্নয়ন সংস্থা (এফ ডি এ)সংগঠিত কৰিছিল।
  • অসম চৰকাৰে `অসম বন নীতি, ২০০৪` গ্ৰহণ কৰে যি জে এফ এমক স্থিৰ বন প্ৰৱন্ধনৰ উদ্দেশ্যৰে সাম্প্ৰদায়িক বন প্ৰৱন্ধনত স্নাতক কৰিবৰ কাৰণে যোৰ দিয়ে।
 

উদ্দেশ্য

সাম্প্ৰদায়িক অংশগ্ৰহণ সহ উন্নত প্ৰাকৃতিক সম্পদ প্ৰৱন্ধনৰ জৰিয়তে বন প্ৰান্তীয় সম্প্ৰদায় সমূহৰ জীৱিকা নিৰ্বাহক সমৰ্থন আগবঢ়োৱা।

সম্প্ৰদায় সমূহৰ সবলীকৰণ :

  • গাঁৱৰ সকলো প্ৰাপ্তবয়স্ক সদস্যই জে এফ এম চিৰ সাধাৰণ সভা গঠন কৰে।
  • সভাপতি, সদস্য সম্পাদক, পঞ্চায়তৰ এজন সদস্য আৰু সাধাৰণ সভাৰ পৰা নিৰ্বাচিত অন্য ৬ জন সদস্যৰে গঠিত কাৰ্যকৰী সমিতিৰ সদস্য সকলে সমিতিৰ আঁচনি তৈয়াৰ আৰু কাৰ্য্য সম্পাদন কৰে।
  • এন জি ও য়ে এটা গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে বন বিভাগ আৰু সম্প্ৰদায় সমূহৰ মাজত
 

লিংগ সংক্ৰান্তীয় বিষয়সমূহ

  • অন্ততঃ তিনি গৰাকী সদস্য কাৰ্য্যকৰী সমিতিৰ মহিলা হ`ব লাগিব।
 

উৎভাৱন

  • সংহত দৃষ্টিকোণ-সম্প্ৰদায় সমূহৰ দ্বাৰা চিহ্নিত অবনাঞ্চলীয় ক্ৰিয়াকলাপ সমূহক সংশ্লিষ্ট জে এফ এম চি সমূহৰ কৰ্মআঁচনিত অংশভূক্ত কৰা হ`ব। বন বিভাগে এই অংশভূক্তিকৰণৰ কাৰণে ন`ডাল বিভাগৰ ভূমিকা গ্ৰহণ কৰিব।
 

সম ভোগাধিকাৰ ব্যৱস্থা

  • এন টি এফ পি সংগ্ৰহত সম্পূৰ্ণ ভাগ
  • জে এফ এম চিৰ দ্বাৰা পদক্ষেপ লোৱা বৃক্ষ ৰোপনত কাঠ খেতিৰ সম্পূৰ্ণ ভাগ।
  • জে এফ এম চিৰ দ্বাৰা প্ৰৱন্ধিত উচ্ছ বন সমূহত প্ৰৱন্ধনৰ অৱধি আনুপাতত অংশ।
  • বনাঞ্চলীয় কাৰ্য্য সমূহত মুঠ ৰাজহৰ ৫০ % ৰ পুনৰ্নিবেশ-জে এফ এম চিৰ স্থায়িত্বৰ দিশলৈ এখোজ।
 

পুঁজি পৰিচালনা

  • প্ৰত্যকটো জে এফ এম চিয়ে দুটা বেংক একাউণ্ট পৰিচালনা কৰে-বন একাউণ্ট ও গ্ৰাম্য উন্নয়ন একাউণ্ট।
  • সভাপতি আৰু সদস্য সম্পাদকৰ( এফ ডি নমিনী) দ্বাৰা যৌথভাৱে বন একাউণ্ট পৰিচালিত হ`ব-প্ৰকল্প পুঁজি প্ৰাপ্তিৰ কাৰণে।
  • সৰ্বাংগীন উন্নয়নমূলক কাৰ্য্যকলাপৰ কাৰণে সভাপতি আৰু কোষাধ্যক্ষৰ দ্বাৰা যৌথভাৱে বন গ্ৰাম্য উন্নয়ন একাউণ্ট পৰিচালিত হ`ব।
 

বিত্তীয় প্ৰতিনিধিত্ব

  • জে এফ এম চি নগদ বহী প্ৰাথমিক নগদ বহী হ`ব আৰু ট্ৰেজাৰাৰ ব্যৱস্থা মতে হ`ব লাগিব।
  • সুক্ষ্ম আঁচনি, বাৰ্ষিক আঁচনি, কৰ্ম অনুমান সমূহ সম্প্ৰদায় সমূহৰ দ্বাৰা প্ৰস্তুত কৰা হ`ব।
  • বাৰ্ষিক কৰ্ম আঁচনি, অনুমান আৰু নগদ বহী সমূহ সৰল আৰু সহজে বোধগম্য কৰিব পৰা ভাষাত হ`ব লাগিব।
  • বিত্তীয় লেনদেনত সম্পূৰ্ণ স্বচ্ছতা।
 

প্ৰৱেশ পথৰ কাৰ্য্যকলাপ

  • পথ সংযোগ, খোৱা পানী, স্কুলত সহায়তা, স্বাস্থ্য আৰু পশু চিকিৎসা সম্বন্ধীয় সাম্প্ৰদায়িক কল্যাণৰ কাৰণে প্ৰৱেশ পথৰ ব্যৱস্থা।
  • ইয়াৰ বাহিৰেও ইয়াত আত্ম সহায়ক গোট, হস্ততাঁতৰ বিতৰণ, প্ৰশিক্ষণ, কৌশল উন্নয়ন, বাঁহ আৰু বেত, ঔষধিজাত আৰু সুগন্ধি উদ্ভিদৰ নিচিনা হ্ৰস্ব কালীন শস্য, অন্য এন টি এফ পি সমূহ (কাঠৰ বাহিৰৰ বন উৎপাদক সমূহ), মূল্য সংযোগ আদিৰ কাৰণে এন এ পিৰ অধীনত আয় উৎপন্নকাৰী কাৰ্য্যসূচী সমূহ থাকিব।
 

পৰিকল্পিত প্ৰভাৱসমূহ

  • বাৰ্ষিক পাৰিবাৰিক আয় বৃদ্ধি।
  • নগৰীয় প্ৰবজন হ্ৰাস।
  • ঘন অৰণ্যৰ পৰিসৰ বৃদ্ধি।
  • অৰণ্যৰ জৈৱসংক্ৰান্তীয় হস্তক্ষেপ হ্ৰাস।
  • নাৰী সবলীকৰণ।
  • স্থানীয় প্ৰতিষ্ঠানসমূহক শক্তশালী কৰা।
  • স্থায়ী প্ৰাকৃতিক সম্পদ প্ৰৱন্ধন।
 

শক্তি আৰু প্ৰত্যাহ্বান

শক্তি
  • সংঘৰ্ষৰ পৰিস্থিতিসমূহক সহযোগিতাৰ পৰিস্থিতিলৈ ৰুপান্তৰ কৰা।
  • বন বিভাগীয় সম্প্ৰদায়সমূহৰ প্ৰশাসনত এফ ডি মূলধাৰ হ`ব লাগিব।
  • বন আৰু মানৱ উন্নয়নৰ মাজত সমন্বয়ৰ পুনৰ্গঠন।
 
প্ৰত্যাহবান
  • সম্পদ ব্যৱহাৰৰ বিনিয়মনৰ কাৰণে সাম্ভাব্য সংঘৰ্ষ।
  • বেদখল, সমাধান সম্বন্ধীয় বিষয়সমূহ।
  • সম্পূৰ্ণ তৰুণ জে এফ এম প্ৰতিষ্ঠান সমূহ।
  • প্ৰকল্পৰ ভিতৰত বিভিন্ন ক্ষেত্ৰসমূহৰ ঐক্যতা।
  • প্ৰকল্পৰ স্থায়িত্ব।
 

বনসমূহৰ ওপৰত হেঁচা

  • চাহিদা আৰু যোগানৰ ব্যৱধান।
  • জৈৱিক হেঁচা।
  • বেদখল।
  • সীমান্ত বিবাদ।
  • ঝুম খেতি।
  • বিদ্ৰোহ আৰু জাতিগত দ্বন্দ।
  • চোৰাং ব্যৱসায়।
 

অসমৰ বন উন্নয়ন সংস্থা সমূহৰ স্থিতি

(৩১.১২.২০০৫ ৰ ৰাষ্ট্ৰীয় বনানিকৰণ কাৰ্য্যক্ৰমৰ অধীনত)

  • বন উন্নয়ন সংস্থাৰ সংখ্যা : ২৮
  • সংযুক্ত বন প্ৰৱন্ধন সমিতিৰ সংখ্যা : ৫৫০
  • জনসংখ্যা : ৩,২১,১০৩
  • গ্ৰাম্য প্ৰকল্পৰ গৃহস্থালি সংখ্যা : ৫০,৮৫৬।
  • বন গাঁৱৰ সংখ্যা : ৯০
  • ৰাজহ গাঁৱৰ সংখ্যা : ৪৬০
  • দৈহিক লক্ষ্য : ২৬,২৩৫ হেক্টৰ।
  • দৈহিক সাফল্য : ১২,৫৭৫ হেক্টৰ (৪৭.৯৩%)
  • মুঠ পৰিব্যয় : ৩,৬৯৫,৪৮ লাখ টকা।
  • বিত্তীয় সাফল্য : ১,৩৭২.০৫ লাখ টকা ( ৩৮.৬৯%)
  • মুঠ মজুৰিৰ কৰ্মসংস্থান সৃষ্টি :১৫,৯৪,৮২৮ সংখ্যক।
 

ঝুম খেতিৰ পুনৰ্সংস্থাপন

দৈহিক লক্ষ্য=৭০ হেক্টৰ এলেকা

মুঠ পৰিব্যয়=১১০.০৭ লাখ টকা

জে এফ এম চি সমূহৰ সংখ্যা=৩৬

  • প্ৰায় ৫৫০ টা সংযুক্ত জে এফ এম চিয়ে গাওঁ পয্যায়ত আত্ম স্থায়ী প্ৰতিষ্ঠান সমূহ অৰ্জন কৰাৰ উদ্দেশ্যৰ সৈতে বৰ্তমান সঞ্চালিত হৈ আছে। যেতিয়া ই এবাৰ ব্যৱসায় আৰম্ভ কৰে আৰু ঔষধিজাত আৰু সুগন্ধি উদ্ভিদ সহ কাঠৰ বাহিৰে অন্য বন উৎপাদন ( এন টি এফ পি) সমূহত মূল্য সংযোজিত কৰে তেতিয়া এই সমিতি সমূহ ব্যৱহায্য আৰু স্বনিৰ্ভৰশীল হৈ উঠে।
  • অসমৰ ২৮ টা বন উন্নয়ন সংস্থা ( এফ ডি এ)ৰ অধীনত বনৰ পৰা নিষ্কাশিত এন টি এফ পি সমূহৰ দায়িত্ব অধিগ্ৰহণ কৰিবলৈ জে এফ এম চি সমূহৰ সদস্য সকলক সংবেদনশীল কৰা।
  • নিকট ভৱিষ্যতত, এফ ডি এ / জে এফ এম চি সমূহে গাওঁ পৰ্য্যায়ত জীৱনৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে বন প্ৰান্তীয় গাওঁ সমূহ আৰু বন গাওঁ সমূহৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সক্ষ্যম হ`ব।
  • আনুবংশিক পৰিবৰ্তণৰ কাৰণে বন্যভূমিৰ বাহিৰত চিন্তা কৰিবলৈ বৈজ্ঞানিক প্ৰৱন্ধন, মানুহৰ মাজত ঐক্যতা, প্ৰশিক্ষণ আৰু দক্ষতা বৃদ্ধি বাধ্যতা মূলক হোৱা উচিত।
  • ৰাজ্যিক যোজনা আৰু কেন্দ্ৰীয় আঁচনিৰ বাহিৰেও সম্পদসমূহৰ সন্ধান কৰা। নেডফি, নাবাৰ্ড আৰু অন্য গ্ৰামীণ বেংক সমূহৰ নিচিনা বিত্তীয় প্ৰতিষ্ঠান সমূহৰ পৰা মাইক্ৰ` ফাইনান্সৰ ব্যৱস্থা কৰা হৈছে।
 

জে এফ এম আৰু ভি ই এছ পি

  • অপাৰম্পৰিক শক্তি উৎস মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ গ্ৰাম্য শক্তি সুৰক্ষা কাৰ্য্যক্ৰম ( ভি ই এছ পি)ৰ অধীনত, নিৰ্বাচিত ১১ খন জে এফ এম গাঁৱত মুঠ শক্তি সুৰক্ষাৰ কৰাণে ১৪ টা প্ৰকল্প ২০০৫-০৬ বৰ্ষৰ সময়ত অনুমোদিত কৰা হৈছিল।
  • ৭৫৫০ ৰ জনসংখ্যাক সামৰি লোৱা ১২৩০ টা পৰিয়ালক বৈদ্যুতিকৰণ কৰিবৰ কাৰণে মুঠ প্ৰকল্প মূল্য ৩১৯.৪২ লাখ টকা।
  • ২৩ টা বায়`মাছ গেচিফায়াৰ, ৭৫ টা বায়`গেচ প্লাণ্ট, ১৪ টা অইল এক্সপেলাৰ্চ আৰু ১২৩০ টা উন্নত মানৰ ধোঁৱা বিহীন চৌকা স্থাপন কৰা হ`ব।
 

জে এফ এম আৰু বায়` ডিজেলৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান-

  • গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ ভূমি সংশাধন বিভাগ, ভাৰত চৰকাৰে তেওঁ লোকৰ কাৰ্য্যক্ৰম -বায়` ডিজেলৰ ওপৰত ৰাষ্ট্ৰীয় অভিযানৰ অধীনত ৫০ লাখ জাত্ৰ`ফা ৰোপণৰ কাৰণে অনুমোদিত কৰিছে। ২০০৬-০৭ সময়ত  ১২ খন জিলাত ১৬ খন এফ ডি এৰ দ্বাৰা এই গছ পুলি সমূহ উঠোৱা হ`ব।
 

জে এফ এম আৰু বন গাওঁ বিকাশ

  • জনজাতি সম্পৰ্কিত মন্ত্ৰণালয়, ভাৰত চৰকাৰে ৩৭৩ খন বন গাওঁত জে এফ এম চি সমূহৰ সংগঠনৰ দ্বাৰা এফ ডি এ সমূহৰ জৰিয়তে অসমত বন গাওঁ বিকাশৰ কাৰ্য্যক্ৰম ৰূপায়ন কৰি আছে। বনবাসীৰ কাৰণে সাম্প্ৰদায়িক কল্যাণ কাৰ্য্য সমূহ আৰু আয় উৎপাদনকাৰী কাৰ্য্যকলাপ সমূহ এই কাৰ্য্যক্ৰমৰ অধীনৰ কাৰ্য্যসূচী লগত জড়িত হৈ আছে।
 

প্ৰাকৃতিক সম্পদ প্ৰৱন্ধন আৰু সংশ্লিস্থ জীৱিকা নিৰ্বাহ (এন এ আৰ এম আই এল)। ৱৰ্ড বেংকৰ বনাঞ্চলীয় পাইলট প্ৰকল্প।

জে এফ এম চিৰ সংখ্যা : ১০ খন। কামৰূপ পশ্চিম সংমণ্ডলৰ অধীনত – ৬, নগাওঁ দক্ষিণ সংমণ্ডল – ৪

প্ৰকল্প এলেকা : ১৫০০ হেক্টৰ ২ টা পাইলট বিভাগৰ।

জনসংখ্যা : ২০৭৯ টা পৰিয়াল

সুবিধাভোগীৰ সংখ্যা : ৯৬৮৩ অস্থায়ী ( পুৰুষ ৪৮৭০ আৰু মহিলা ৪৮১৩)

বাইচাইকেলৰ বিতৰণ : ১০০ খন (কে ডব্লিউ সংমণ্ডল-৬০ আৰু এন এছ সংমণ্ডল-৪০)

মানৱ সৃষ্ট নাৰ্চাৰী : ৫ খন

জানবাহন ক্ৰয় : ৩ খন

এছ এইচ জি, প্ৰশিক্ষণ তথা ক্ষমতা নিৰ্মাণ, সুক্ষ্ম আঁচনি ইত্যাদিৰ গঠন সম্পূৰ্ণ কৰা হৈছে।

প্ৰত্যাহবান

  • কাঠ ইন্ধন, কাঠ আৰু ভুঁচিৰ চাহিদা আৰু যোগানৰ মাজৰ বৃহৎ ব্যৱধান।
  • খৰিৰ বৰ্তমান চাহিদা ৫.৩ মিলিয়ন প্ৰতি বছৰত।
  • বন উৎপাদনশীলতা হ্ৰাস।
  • অধঃপতিত বন এলেকাৰ বৰ্ধিত বিস্থাৰ।
  • প্ৰান্তীয় এলেকাৰ মানুহৰ জীবিকা নিৰ্বাহ সহায়ৰ লগত জড়িত সংসাধন সমূহৰ উন্নিত কৰণ।
 
জে এফ এমৰ পৰিকল্পনা কেৱল বনানিকৰণৰ কাৰ্য্যক্ৰমেই নহয় ই বন প্ৰৱন্ধনৰ কাৰণে এটা নতুন দৃষ্টিকোন যি গ্ৰামীণ বিকাশৰ কাৰণে এটা আন্দোলনত সমাপ্ত হৈ ৰ`ব।

জে এফ এম আৰু পঞ্চায়ত সমূহ-

পঞ্চায়ত আৰু জে এফ এম সমূহৰ মাজৰ সম্পৰ্ক এনেকুৱা ধৰণৰ হ`ব লাগে যাতে জে এফ এম সম্প্ৰদায় বন সংসাধন সমূহৰ প্ৰৱন্ধনৰ কাৰণে পঞ্চায়ত সমূহৰ প্ৰশাসনিক আৰু বিত্তিয় স্থিতি তথা সংগঠনাত্মক ক্ষমতাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। যি কি নহওক `বন্য অভিভাৱক` ৰ ৰূপত জে এফ এম সমিতি সমূহৰ অনন্য আৰু পৃথক অৰাজনৈতিক পৰিচয়ক বাহাল আৰু সুনিশ্চিত কৰি ৰাখিব লাগে। এন টি এফ পি বিক্ৰীৰ পৰা অহৰণ কৰা লাভক জে এফ এম সমিতি সহ গাওঁ সভাৰ সকলো সদস্যৰ সৈতে সমানে ভাগাই লোৱা উচিত।

Participatory Management with Stake-holders

হিতাধিকাৰী সকলৰ সৈতে অংশগ্ৰহণ মূলক প্ৰৱন্ধন
অসমৰ বন উন্নয়ন সংস্থা সমূহৰ স্থিতিৰ প্ৰতিবেদন

মুঠ পৰিব্যয়= ৩৬৯৫.৪৮ টকা ( লাখত)
তৃতীয় মাহৰ অন্ত : ৩১.০৩.২০০৬

ক্ৰঃ নং.এফ ডি এ ৰ নামপ্ৰকল্প পৰিব্যয়জে এফ এম চি সমূহৰ সংখ্যাট্ৰিটেবল এলেকা হেক্টৰতমোকলাই দিয়া ধন ৰাশিৰ পৰিমাণ লাখতবৰ্তমানলৈকে মোকলাই দিয়া ধন ৰাশিৰ পৰিমাণ
২০০৩-০৪২০০৪-০৫২০০৫-০৬
এ আই ই উপত্যকা৫৩.৪৮১৭৩৪০১৪.০০-২০.০০৪৩.০০
কাচাৰ২১৪.৪১২১১৫০০৪২.০০৫৮.০০৫০.০০১৫০.০০
ডিব্ৰুগড়১৮৩.৫৬২০১২৫০৩৩.০০৫০.০০-৮৩.০০
ডিগবৈ১২৯.৯৫১৮৮৭৫২০.০০৩৫.০০-৫৫.০০
দৰং১৬৬.২৮২০১০০০৩৬.০০৩৪.০০-৭০.০০
ধেমাজী১৮৯.১৬১৫১২৫০৩৪.০০৫১.০০-৮৫.০০
ধুবুৰী৯২.৭০১৬৮০০-২৪.০০-২৪.০০
ডুমডুমা৭১.২৬১২৬০০-২১.০০-২১.০০
গোৱালপাৰা১৮৬.২০৪১১৬০০৪৩.০০৪২.০০-৮৫.০০
১০গোলাঘাট৪৫.৯০৪০০-১৩.০০-১৩.০০
১১হামৰেণ বনানিকৰণ১৪২.১৪২১১০৫০২৬.০০৪৩.৮৪-৬৯.৮৪
১১ কঐ-জুম পুনৰ্সংস্থাপন১১০.০৭৩৬৭২০--৪৭.০০৪৭.০০
১২হাল্টুগাওঁ১৭২.৩৩২৮১১৫০৪১.০০৪১.০০-৮২.০০
১৩হাইলাকান্দি৬৮.৫৮৫৪০--২৮.০০২৮.০০
১৪যোৰহাট৪০.৩০১১৩৩০--২২.০০২২.০০
১৫কামৰূপ পূব১১৭.০৩১৩৭৬০২৫.০০৩৬.০০-৬১.০০
১৬কামৰূপ পশ্চিম৭৬.৪৯২২১০০০-১৬.৫১-১৬.৫১
১৭কে.এ. পূব৩১৫.৩১৪১২১০০৫৫.০০৮৩.০০৯০.০০২২৮.০০
১৮কে.এ. পশ্চিম২১২.৪১১৫১৩০০৩৭.০০৫৬.০০৬৮.০০৯৩.০০
১৯কচুগাওঁ৯০.৫০২৫৭৫০--৪৩.০০৪৩.০০
২০কৰিমগঞ্জ১৯৬.০৭১৮১৫০০৩৭.০০৫২.০০৫০.০০১৩৯.০০
২১নগাওঁ২০৮.৬৩৩৫১৪০০৪৬.০০৫৪.০০-১০০.০০
২২নগাওঁ দক্ষিণ৬৫.৭৬১০৫০০১৮.০০১৮.০০-১৮.০০
২৩উত্তৰ লখিমপুৰ৬৮.৫০১১৫৫০-১৭.০০-১৭.০০
২৪উত্তৰ কামৰূপ৬৮.২০১৪৬০০--৩১.০০৩১.০০
২৫উঃ কাঃ পাৰ্বত্য১৬১.৩৬২২১২০০৩২.০০৩৭.০০৪৯.০০১১৮.০০
২৬শোণিতপুৰ পূব৬৩.৮৯৪৯০১৩.০০-১৮.০০৩১.০০
২৭শোণিতপুৰ পশ্চিম১২৪.৩৭১৪৯০০২৪.০০-৩৪.০০৫৮.০০
২৮শিৱসাগৰ৬০.৬৮১০৫০০-১৭.০০-১৭.০০
 মুঠ =৩৬৯৫.৪৮৫৫০২৬,৯৮৬৫৫৮.০০৭৯৯.৩৫৫৫০.০০১৯০৭.৩৫

 

উপাদান ভিত্তিক উন্নয়ন প্ৰতিবেদন - (৩১.১২.২০০৫ লৈ)

ক্ৰঃ নং.উপাদানদৈহিক উন্নয়ন(হেক্টৰ)বিত্তীয় উন্নয়ন
(লাখ টকাত)
লক্ষ্যসাফল্যপৰিব্যয়ৰ পৰিমাণব্যৱহাৰৰ পৰিমাণব্যৱহাৰৰ %
অগ্ৰণী কাৰ্য্য হেক্টৰতনিৰ্মাণ হেক্টৰতঅগ্ৰণী কাৰ্য্য হেক্টৰত%
সাফল্য লাভ
নিৰ্মাণ হেক্টৰত%
সাফল্য লাভ
১০১১
সহায় প্ৰাপ্ত প্ৰাকৃতিক পুনৰ উৎপাদন৬৯৫০৬৬০০৪০৫৭৫৮.৩৭৪৩২৭৬৫.৫৬২৬৭.৬৮১৩৬.২১৮৯.৬৪
কৃত্ৰিম পুনৰ উৎপাদন১০২৪০৬৩২৫৪৭৩২৪৬.২১৩৯৯৮৬৩.২১৭২৫.৬৩৩৩০.২৩৭৭.০০
চৰণীয়া পথাৰ উন্নয়ন১৭০`১২০৭০.৫৯৭০৫৮.৩৩৭.৯৪৪.৭৩৯৯.৫৮
বাঁহ ৰোপণ৪৪৬০২৮০০২৬৯০৬০.৩১২১৯০৭৮.২১১৮৮.৭৫৯৪.৬৭৭৯.৫৫
বেত ৰোপণ৩০০২০০১৮০৬০.০০১৫০৭৫.০০১৪.৩৯৭.৭৫১০০.০০
মিশ্ৰিত গছ ৰোপণ৩৩১৫২৪৩৫২৩৩৫৭০.৪৩১৭১৫৭০.৪৩২৬৪.৭২১২৫.২৭৮৭.৩৭
ওষধি আৰু ঔষধীয় গছ ৰোপন৩৭৫২৫০২২৫৬০.০০১২৫৫০.০০৩৩.৫৮১৬.৯৫১০০.০০
ভূমি আৰু আৰ্দ্ৰতা সংৰক্ষণ------১৫৬.০৯১০৮.৪৩৭৬.৫২
সজাগতা------১৬.৯১৯.৯৯৬৫.৯০
১০সুক্ষ্ম আঁচনি------২৮.৬১২৫.৮৪৮৯.৬৩
১১পৰিবেষ্টনী------৮২.৯৮৪১.২৪৮০.২৮
১২পৰ্য্যবেক্ষণ আৰু মূল্যায়ন------২৩.২১৪.৭৭৬৫.০৭
১৩উন্নত মানৰ প্ৰযুক্তি বিদ্যা---------
১৪প্ৰৱেশ পথ কাৰ্য্যসূচী------৭৭৮.০৬৪০০.৫৩৮৭.৪২
১৫অতিৰিক্ত------১৪৬.৫৪৬৫.৪৪৯২.৫২
 মুঠ২৫,৮১০১৮,৭৩০১৪,৩৩৯৫৫.৫৫১২,৫৭৫৬৭.১৪২,৮৪৫.১০১,৩৭২.০৫৮২.৯৯

বনানিকৰণ আৰু জে এফ এম

  • মহান সুযোগ-৩,০০০ প্ৰান্তীয় গাওঁ সমূহ
  • ৪৪৯ এফ ভি
  • প্ৰায় ৭০০ জে এফ এম চি
  • এন এ পিৰ অধীনত ৫৫০ পুনৰ বনানিকৰণ হৈ আছে
 

ন`ডেল বিষয়া বন উন্নয়ন সংস্থা

ৰাজ্যৰ বন উন্নয়ন সংস্থা ( এফ ডি এ) সমূহৰ কাৰ্য্যসমূহৰ লগত সমন্বয় ৰাখিবলৈ এফ ডি এ সমূহৰ ন`ডাল বিষয়াৰ কাৰ্য্যালয় সমূহ সৃষ্টি কৰা হৈছে। তেওঁ ভাৰত চৰকাৰ আৰু অন্য উন্নয়ন মূলক বিভাগ সমূহৰ মাজত সমন্বয়ৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া। শ্ৰী ৰাজেন্দ্ৰ পি. আগৰৱালা, আই এফ এছ, বনৰ মূখ্য সংৰক্ষক, হৈছে অসমৰ এফ ডি এ সমূহৰ ন`ডাল বিষয়া।

অসমৰ এফ ডি এ সমূহৰ অধীনৰ অধ্যক্ষ তথা মূখ্য কাৰ্য্যকৰী বিষয়া সকলৰ তালিকা, (৩১ মাৰ্চ, ২০০৬লৈকে)

ক্ৰঃ নং.অধ্যক্ষ আৰু চি এফৰ নামচক্ৰএফ ডি এৰ নামশাখাচি ই ওৰ নাম
আৰ. ড. এছ. তানৱাৰ,আই এফ এছমধ্য অসম চক্ৰ, গুৱাহাটী১. কামৰূপ পূবএছ. এফ. গুৱাহাটী-২৯এছ. কুঃ. বৰা, আই এফ এছ
২.কামৰূপ পশ্চিমকামৰূপ পশ্চিম (টি)দিব্যধৰ গগৈ
৩. গোৱালপাৰাএছ. এফ. গোৱালপাৰাতুংনুং মুৱানথাং, আই এফ এছ
এম. এম. শৰ্মা, আই এফ এছদক্ষিণ অসম চক্ৰ, শিলচৰ৪.কাচাৰ, শিলচৰএছ. এফ. শিলচৰদিলীপ দাস
৫. কৰিমগঞ্জএছ. এফ. কৰিমগঞ্জএম. এছ সিন্‌হা
৬. হাইলাকান্দিহাইলাকান্দি (টি)সব্যসাচী সিন্‌হা
এ. এইচ. খানচি এছ এ এছ এফ চি, গুৱাহাটী-১৭. দৰংএছ. এফ. মঙলদৈপি. এন. চুতিয়া, এ.চি.এফ, আই/চি
৮.উত্তৰ কামৰূপউত্তৰ কামৰূপ (টি)এম. হুছেইন
জে. এম. কুলি, আই এফ এছইউ এ এছ এফ চি, নগাওঁ৯.নগাওঁনগাওঁ (টি)আফতাব আহমেদ
১০. নগাওঁ দক্ষিনচি. এ. বনানিকৰণ বিভাগ, হোজাইৰাজীব কুমাৰ দাস
১১. ডিব্ৰুগড়ডিব্ৰুগড় (ট)সুমন মহাপাত্ৰ আই এফ এছ
১২. গোলাঘাটএছ. এফ. গোলাঘাটপি. কে. হাজৰিকা
এছ. কে. শ্ৰীবাস্তৱ, আই এফ এছপূব অসম চক্ৰ, যোৰহাট১৩. যোৰহাটযোৰহাট (ট)অমৃত কুমাৰ দাস
১৪. ডুমডুমাডুমডুমা (ট)এছ. কে. শীল শৰ্মা
১৫. ডিগবৈলগিং সংমণ্ডল, তিনচুকীয়াজি. এন. অধিকাৰী
১৬. শিৱসাগৰএছ. এফ. শিৱসাগৰআৰ. কে. দাস
জি. ইউ. বসুমতাৰী, আই এফ এছপশ্চিম অসম চক্ৰ, কোকৰাঝাৰ১৭. হাল্টুগাওঁএছ. এফ কোকৰাঝাৰআৰ এন ব্ৰহ্ম,আই এফ এছ
১৮. ধুবুৰীএছ. এফ. ধুবুৰীএ. কুদ্দুছ, আই এফ এছ
১৯. কচুগাওঁকচুগাওঁ (টি), গোসাইগাওঁচি. আৰ. ভবৰা
টি. ভি. ৰেড্ডি, আই এফ এছনামনি অসম এছ. এফ. চক্ৰ, বঙাইগাওঁ২০. এ আই ই-উপত্যকাএছ. এফ. বঙাইগাওঁজি. ইউ. বৰভূঞাঁ
ডি. এম. সিংউত্তৰ অসম চক্ৰ, তেজপুৰ২১. শোণিতপুৰ পূবএছ. এফ. শোনিতপুৰ, বি/চাৰিআলীকুঞ্জ হাজৰিকা
২২. শোণিতপুৰ পশ্চিমশোণিতপুৰ (টি)ড. এছ. সিং, আই এফ এছ
২৩. লখিমপুৰএছ. এফ. লখিমপুৰজে. আহমেদ
২৪. ধেমাজীধেমাজী (টি)এম. এন. দুৱৰা
বিকাশ ব্ৰহ্ম, আই এফ এছএন. চি. হিল, হাফলং২৫. হিল, হাফলংহাফলং (টি)ডি. জামান, আই এফ এছ
১০চি. এম. শৰ্মা, আই এফ এছকাৰ্বআংলং স্বায়ত্ব শাসিত জিলা পৰিষদ,ডিফু১৬. কাৰ্বিআংলং (ই)ডি এফ ও(টি) কাৰ্বিআংলং (ই)ডে. এন. হাজৰিকা
২৭.কাৰ্বিআংলং (ডব্লিউ)ডি এফ ও(টি) কাৰ্বিআংলং (ডব্লিউ)আৰ. পি. সিং,আই এফ এছ
২৮. হামৰেণহামৰেণ (টি)মৃদুল কুঃ ধৰ