এইটো এটা অৱধাৰণা, যি অৰণ্যত স্থানীয় সম্প্ৰদায় সমূহৰ অধিকাৰ সমূহৰ সিদ্ধান্তৰ ওপৰত আধাৰিত, ৰাজ্যৰ মালিকানাধীন বন পৰিচালনাৰ এটা প্ৰক্ৰিয়া, কিন্তু স্থানীয় সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত, বন বিভাগ ( এফ ডি) আৰু স্থানীয় সম্প্ৰদায়ৰ মাজত এক স্থিৰ ইণ্টাৰফেচ উৎপন্ন কৰিবৰ কাৰণে এক বহুতেই জটিল সম্পত্তি অধিকাৰ ব্যৱস্থাৰ বিকাশৰ লগত জড়িত এক দৃষ্টিকোণ আৰু এইটো এক সম্ভাব্য পদ্ধতি যাৰ মাধ্যমেৰে মানুহৰ হিত আৰু দীৰ্ঘকালীন স্থিৰতাক পাৰস্পৰিক সৰ্মথন পদ্ধতিৰে সুসংগত কৰিব পাৰি।
১৯৮৮ ৰ আগত, বন প্ৰবন্ধনৰ উদ্দেশ্য আছিল বাণিজ্যিক বনাঞ্চল আৰু ৰাজহ উৎপাদন। কিন্তু ১৯৮৮ ৰ বন নীতিয়ে ভূমি আৰু বাতাবৰণৰ সংৰক্ষণ, স্থানীয় লোক সকলৰ নিৰ্বাহ আৱশ্যকতা সমূহ আদিৰ কাৰণে পৰিকল্পনা কৰিছিল। তাৰপিছত, ভাৰত চৰকাৰে ১ জুন, ১৯৯০ ৰ নিৰ্দেশিকা জাৰিৰ কাৰণে আৰু বনৰ সুৰক্ষা সুনিশ্বিত কৰিবৰ কাৰণে স্পষ্ট ৰূপত চিহ্নিত কৰা কৰ্ত্যব সমূহ আৰু কাৰ্য্যসমূহৰ লগত বন সংৰক্ষণৰ কাৰণে ৰাষ্ট্ৰীয় বনানিকৰণ কাৰ্য্যক্ৰম অনুযায়ী সংযুক্ত বন প্ৰৱন্ধনক গ্ৰহণ কৰে। নীতি সমূহ পৰিবেশ অৱনতি আৰু গ্ৰাম্য দৰিদ্ৰতা উভয়কে হ্ৰাস কৰাৰ ইচ্ছাৰে প্ৰেৰিত কৰা হৈছিল।
(৩১.১২.২০০৫ ৰ ৰাষ্ট্ৰীয় বনানিকৰণ কাৰ্য্যক্ৰমৰ অধীনত)
দৈহিক লক্ষ্য=৭০ হেক্টৰ এলেকা
মুঠ পৰিব্যয়=১১০.০৭ লাখ টকা
জে এফ এম চি সমূহৰ সংখ্যা=৩৬
জে এফ এম চিৰ সংখ্যা : ১০ খন। কামৰূপ পশ্চিম সংমণ্ডলৰ অধীনত – ৬, নগাওঁ দক্ষিণ সংমণ্ডল – ৪
প্ৰকল্প এলেকা : ১৫০০ হেক্টৰ ২ টা পাইলট বিভাগৰ।
জনসংখ্যা : ২০৭৯ টা পৰিয়াল
সুবিধাভোগীৰ সংখ্যা : ৯৬৮৩ অস্থায়ী ( পুৰুষ ৪৮৭০ আৰু মহিলা ৪৮১৩)
বাইচাইকেলৰ বিতৰণ : ১০০ খন (কে ডব্লিউ সংমণ্ডল-৬০ আৰু এন এছ সংমণ্ডল-৪০)
মানৱ সৃষ্ট নাৰ্চাৰী : ৫ খন
জানবাহন ক্ৰয় : ৩ খন
এছ এইচ জি, প্ৰশিক্ষণ তথা ক্ষমতা নিৰ্মাণ, সুক্ষ্ম আঁচনি ইত্যাদিৰ গঠন সম্পূৰ্ণ কৰা হৈছে।
পঞ্চায়ত আৰু জে এফ এম সমূহৰ মাজৰ সম্পৰ্ক এনেকুৱা ধৰণৰ হ`ব লাগে যাতে জে এফ এম সম্প্ৰদায় বন সংসাধন সমূহৰ প্ৰৱন্ধনৰ কাৰণে পঞ্চায়ত সমূহৰ প্ৰশাসনিক আৰু বিত্তিয় স্থিতি তথা সংগঠনাত্মক ক্ষমতাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। যি কি নহওক `বন্য অভিভাৱক` ৰ ৰূপত জে এফ এম সমিতি সমূহৰ অনন্য আৰু পৃথক অৰাজনৈতিক পৰিচয়ক বাহাল আৰু সুনিশ্চিত কৰি ৰাখিব লাগে। এন টি এফ পি বিক্ৰীৰ পৰা অহৰণ কৰা লাভক জে এফ এম সমিতি সহ গাওঁ সভাৰ সকলো সদস্যৰ সৈতে সমানে ভাগাই লোৱা উচিত।
Participatory Management with Stake-holders
মুঠ পৰিব্যয়= ৩৬৯৫.৪৮ টকা ( লাখত)
তৃতীয় মাহৰ অন্ত : ৩১.০৩.২০০৬
ক্ৰঃ নং. | এফ ডি এ ৰ নাম | প্ৰকল্প পৰিব্যয় | জে এফ এম চি সমূহৰ সংখ্যা | ট্ৰিটেবল এলেকা হেক্টৰত | মোকলাই দিয়া ধন ৰাশিৰ পৰিমাণ লাখত | বৰ্তমানলৈকে মোকলাই দিয়া ধন ৰাশিৰ পৰিমাণ | ||
---|---|---|---|---|---|---|---|---|
২০০৩-০৪ | ২০০৪-০৫ | ২০০৫-০৬ | ||||||
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১ | এ আই ই উপত্যকা | ৫৩.৪৮ | ১৭ | ৩৪০ | ১৪.০০ | - | ২০.০০ | ৪৩.০০ |
২ | কাচাৰ | ২১৪.৪১ | ২১ | ১৫০০ | ৪২.০০ | ৫৮.০০ | ৫০.০০ | ১৫০.০০ |
৩ | ডিব্ৰুগড় | ১৮৩.৫৬ | ২০ | ১২৫০ | ৩৩.০০ | ৫০.০০ | - | ৮৩.০০ |
৪ | ডিগবৈ | ১২৯.৯৫ | ১৮ | ৮৭৫ | ২০.০০ | ৩৫.০০ | - | ৫৫.০০ |
৫ | দৰং | ১৬৬.২৮ | ২০ | ১০০০ | ৩৬.০০ | ৩৪.০০ | - | ৭০.০০ |
৬ | ধেমাজী | ১৮৯.১৬ | ১৫ | ১২৫০ | ৩৪.০০ | ৫১.০০ | - | ৮৫.০০ |
৭ | ধুবুৰী | ৯২.৭০ | ১৬ | ৮০০ | - | ২৪.০০ | - | ২৪.০০ |
৮ | ডুমডুমা | ৭১.২৬ | ১২ | ৬০০ | - | ২১.০০ | - | ২১.০০ |
৯ | গোৱালপাৰা | ১৮৬.২০ | ৪১ | ১৬০০ | ৪৩.০০ | ৪২.০০ | - | ৮৫.০০ |
১০ | গোলাঘাট | ৪৫.৯০ | ৮ | ৪০০ | - | ১৩.০০ | - | ১৩.০০ |
১১ | হামৰেণ বনানিকৰণ | ১৪২.১৪ | ২১ | ১০৫০ | ২৬.০০ | ৪৩.৮৪ | - | ৬৯.৮৪ |
১১ ক | ঐ-জুম পুনৰ্সংস্থাপন | ১১০.০৭ | ৩৬ | ৭২০ | - | - | ৪৭.০০ | ৪৭.০০ |
১২ | হাল্টুগাওঁ | ১৭২.৩৩ | ২৮ | ১১৫০ | ৪১.০০ | ৪১.০০ | - | ৮২.০০ |
১৩ | হাইলাকান্দি | ৬৮.৫৮ | ৮ | ৫৪০ | - | - | ২৮.০০ | ২৮.০০ |
১৪ | যোৰহাট | ৪০.৩০ | ১১ | ৩৩০ | - | - | ২২.০০ | ২২.০০ |
১৫ | কামৰূপ পূব | ১১৭.০৩ | ১৩ | ৭৬০ | ২৫.০০ | ৩৬.০০ | - | ৬১.০০ |
১৬ | কামৰূপ পশ্চিম | ৭৬.৪৯ | ২২ | ১০০০ | - | ১৬.৫১ | - | ১৬.৫১ |
১৭ | কে.এ. পূব | ৩১৫.৩১ | ৪১ | ২১০০ | ৫৫.০০ | ৮৩.০০ | ৯০.০০ | ২২৮.০০ |
১৮ | কে.এ. পশ্চিম | ২১২.৪১ | ১৫ | ১৩০০ | ৩৭.০০ | ৫৬.০০ | ৬৮.০০ | ৯৩.০০ |
১৯ | কচুগাওঁ | ৯০.৫০ | ২৫ | ৭৫০ | - | - | ৪৩.০০ | ৪৩.০০ |
২০ | কৰিমগঞ্জ | ১৯৬.০৭ | ১৮ | ১৫০০ | ৩৭.০০ | ৫২.০০ | ৫০.০০ | ১৩৯.০০ |
২১ | নগাওঁ | ২০৮.৬৩ | ৩৫ | ১৪০০ | ৪৬.০০ | ৫৪.০০ | - | ১০০.০০ |
২২ | নগাওঁ দক্ষিণ | ৬৫.৭৬ | ১০ | ৫০০ | ১৮.০০ | ১৮.০০ | - | ১৮.০০ |
২৩ | উত্তৰ লখিমপুৰ | ৬৮.৫০ | ১১ | ৫৫০ | - | ১৭.০০ | - | ১৭.০০ |
২৪ | উত্তৰ কামৰূপ | ৬৮.২০ | ১৪ | ৬০০ | - | - | ৩১.০০ | ৩১.০০ |
২৫ | উঃ কাঃ পাৰ্বত্য | ১৬১.৩৬ | ২২ | ১২০০ | ৩২.০০ | ৩৭.০০ | ৪৯.০০ | ১১৮.০০ |
২৬ | শোণিতপুৰ পূব | ৬৩.৮৯ | ৮ | ৪৯০ | ১৩.০০ | - | ১৮.০০ | ৩১.০০ |
২৭ | শোণিতপুৰ পশ্চিম | ১২৪.৩৭ | ১৪ | ৯০০ | ২৪.০০ | - | ৩৪.০০ | ৫৮.০০ |
২৮ | শিৱসাগৰ | ৬০.৬৮ | ১০ | ৫০০ | - | ১৭.০০ | - | ১৭.০০ |
মুঠ = | ৩৬৯৫.৪৮ | ৫৫০ | ২৬,৯৮৬ | ৫৫৮.০০ | ৭৯৯.৩৫ | ৫৫০.০০ | ১৯০৭.৩৫ |
ক্ৰঃ নং. | উপাদান | দৈহিক উন্নয়ন(হেক্টৰ) | বিত্তীয় উন্নয়ন (লাখ টকাত) | |||||||
---|---|---|---|---|---|---|---|---|---|---|
লক্ষ্য | সাফল্য | পৰিব্যয়ৰ পৰিমাণ | ব্যৱহাৰৰ পৰিমাণ | ব্যৱহাৰৰ % | ||||||
অগ্ৰণী কাৰ্য্য হেক্টৰত | নিৰ্মাণ হেক্টৰত | অগ্ৰণী কাৰ্য্য হেক্টৰত | % সাফল্য লাভ | নিৰ্মাণ হেক্টৰত | % সাফল্য লাভ | |||||
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১ | সহায় প্ৰাপ্ত প্ৰাকৃতিক পুনৰ উৎপাদন | ৬৯৫০ | ৬৬০০ | ৪০৫৭ | ৫৮.৩৭ | ৪৩২৭ | ৬৫.৫৬ | ২৬৭.৬৮ | ১৩৬.২১ | ৮৯.৬৪ |
২ | কৃত্ৰিম পুনৰ উৎপাদন | ১০২৪০ | ৬৩২৫ | ৪৭৩২ | ৪৬.২১ | ৩৯৯৮ | ৬৩.২১ | ৭২৫.৬৩ | ৩৩০.২৩ | ৭৭.০০ |
৩ | চৰণীয়া পথাৰ উন্নয়ন | ১৭০ | ` | ১২০ | ৭০.৫৯ | ৭০ | ৫৮.৩৩ | ৭.৯৪ | ৪.৭৩ | ৯৯.৫৮ |
৪ | বাঁহ ৰোপণ | ৪৪৬০ | ২৮০০ | ২৬৯০ | ৬০.৩১ | ২১৯০ | ৭৮.২১ | ১৮৮.৭৫ | ৯৪.৬৭ | ৭৯.৫৫ |
৫ | বেত ৰোপণ | ৩০০ | ২০০ | ১৮০ | ৬০.০০ | ১৫০ | ৭৫.০০ | ১৪.৩৯ | ৭.৭৫ | ১০০.০০ |
৬ | মিশ্ৰিত গছ ৰোপণ | ৩৩১৫ | ২৪৩৫ | ২৩৩৫ | ৭০.৪৩ | ১৭১৫ | ৭০.৪৩ | ২৬৪.৭২ | ১২৫.২৭ | ৮৭.৩৭ |
৭ | ওষধি আৰু ঔষধীয় গছ ৰোপন | ৩৭৫ | ২৫০ | ২২৫ | ৬০.০০ | ১২৫ | ৫০.০০ | ৩৩.৫৮ | ১৬.৯৫ | ১০০.০০ |
৮ | ভূমি আৰু আৰ্দ্ৰতা সংৰক্ষণ | - | - | - | - | - | - | ১৫৬.০৯ | ১০৮.৪৩ | ৭৬.৫২ |
৯ | সজাগতা | - | - | - | - | - | - | ১৬.৯১ | ৯.৯৯ | ৬৫.৯০ |
১০ | সুক্ষ্ম আঁচনি | - | - | - | - | - | - | ২৮.৬১ | ২৫.৮৪ | ৮৯.৬৩ |
১১ | পৰিবেষ্টনী | - | - | - | - | - | - | ৮২.৯৮ | ৪১.২৪ | ৮০.২৮ |
১২ | পৰ্য্যবেক্ষণ আৰু মূল্যায়ন | - | - | - | - | - | - | ২৩.২১ | ৪.৭৭ | ৬৫.০৭ |
১৩ | উন্নত মানৰ প্ৰযুক্তি বিদ্যা | - | - | - | - | - | - | - | - | - |
১৪ | প্ৰৱেশ পথ কাৰ্য্যসূচী | - | - | - | - | - | - | ৭৭৮.০৬ | ৪০০.৫৩ | ৮৭.৪২ |
১৫ | অতিৰিক্ত | - | - | - | - | - | - | ১৪৬.৫৪ | ৬৫.৪৪ | ৯২.৫২ |
মুঠ | ২৫,৮১০ | ১৮,৭৩০ | ১৪,৩৩৯ | ৫৫.৫৫ | ১২,৫৭৫ | ৬৭.১৪ | ২,৮৪৫.১০ | ১,৩৭২.০৫ | ৮২.৯৯ |
ৰাজ্যৰ বন উন্নয়ন সংস্থা ( এফ ডি এ) সমূহৰ কাৰ্য্যসমূহৰ লগত সমন্বয় ৰাখিবলৈ এফ ডি এ সমূহৰ ন`ডাল বিষয়াৰ কাৰ্য্যালয় সমূহ সৃষ্টি কৰা হৈছে। তেওঁ ভাৰত চৰকাৰ আৰু অন্য উন্নয়ন মূলক বিভাগ সমূহৰ মাজত সমন্বয়ৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া। শ্ৰী ৰাজেন্দ্ৰ পি. আগৰৱালা, আই এফ এছ, বনৰ মূখ্য সংৰক্ষক, হৈছে অসমৰ এফ ডি এ সমূহৰ ন`ডাল বিষয়া।
ক্ৰঃ নং. | অধ্যক্ষ আৰু চি এফৰ নাম | চক্ৰ | এফ ডি এৰ নাম | শাখা | চি ই ওৰ নাম |
---|---|---|---|---|---|
১ | আৰ. ড. এছ. তানৱাৰ,আই এফ এছ | মধ্য অসম চক্ৰ, গুৱাহাটী | ১. কামৰূপ পূব | এছ. এফ. গুৱাহাটী-২৯ | এছ. কুঃ. বৰা, আই এফ এছ |
২.কামৰূপ পশ্চিম | কামৰূপ পশ্চিম (টি) | দিব্যধৰ গগৈ | |||
৩. গোৱালপাৰা | এছ. এফ. গোৱালপাৰা | তুংনুং মুৱানথাং, আই এফ এছ | |||
২ | এম. এম. শৰ্মা, আই এফ এছ | দক্ষিণ অসম চক্ৰ, শিলচৰ | ৪.কাচাৰ, শিলচৰ | এছ. এফ. শিলচৰ | দিলীপ দাস |
৫. কৰিমগঞ্জ | এছ. এফ. কৰিমগঞ্জ | এম. এছ সিন্হা | |||
৬. হাইলাকান্দি | হাইলাকান্দি (টি) | সব্যসাচী সিন্হা | |||
৩ | এ. এইচ. খান | চি এছ এ এছ এফ চি, গুৱাহাটী-১ | ৭. দৰং | এছ. এফ. মঙলদৈ | পি. এন. চুতিয়া, এ.চি.এফ, আই/চি |
৮.উত্তৰ কামৰূপ | উত্তৰ কামৰূপ (টি) | এম. হুছেইন | |||
৪ | জে. এম. কুলি, আই এফ এছ | ইউ এ এছ এফ চি, নগাওঁ | ৯.নগাওঁ | নগাওঁ (টি) | আফতাব আহমেদ |
১০. নগাওঁ দক্ষিন | চি. এ. বনানিকৰণ বিভাগ, হোজাই | ৰাজীব কুমাৰ দাস | |||
১১. ডিব্ৰুগড় | ডিব্ৰুগড় (ট) | সুমন মহাপাত্ৰ আই এফ এছ | |||
১২. গোলাঘাট | এছ. এফ. গোলাঘাট | পি. কে. হাজৰিকা | |||
৫ | এছ. কে. শ্ৰীবাস্তৱ, আই এফ এছ | পূব অসম চক্ৰ, যোৰহাট | ১৩. যোৰহাট | যোৰহাট (ট) | অমৃত কুমাৰ দাস |
১৪. ডুমডুমা | ডুমডুমা (ট) | এছ. কে. শীল শৰ্মা | |||
১৫. ডিগবৈ | লগিং সংমণ্ডল, তিনচুকীয়া | জি. এন. অধিকাৰী | |||
১৬. শিৱসাগৰ | এছ. এফ. শিৱসাগৰ | আৰ. কে. দাস | |||
৬ | জি. ইউ. বসুমতাৰী, আই এফ এছ | পশ্চিম অসম চক্ৰ, কোকৰাঝাৰ | ১৭. হাল্টুগাওঁ | এছ. এফ কোকৰাঝাৰ | আৰ এন ব্ৰহ্ম,আই এফ এছ |
১৮. ধুবুৰী | এছ. এফ. ধুবুৰী | এ. কুদ্দুছ, আই এফ এছ | |||
১৯. কচুগাওঁ | কচুগাওঁ (টি), গোসাইগাওঁ | চি. আৰ. ভবৰা | |||
৭ | টি. ভি. ৰেড্ডি, আই এফ এছ | নামনি অসম এছ. এফ. চক্ৰ, বঙাইগাওঁ | ২০. এ আই ই-উপত্যকা | এছ. এফ. বঙাইগাওঁ | জি. ইউ. বৰভূঞাঁ |
৮ | ডি. এম. সিং | উত্তৰ অসম চক্ৰ, তেজপুৰ | ২১. শোণিতপুৰ পূব | এছ. এফ. শোনিতপুৰ, বি/চাৰিআলী | কুঞ্জ হাজৰিকা |
২২. শোণিতপুৰ পশ্চিম | শোণিতপুৰ (টি) | ড. এছ. সিং, আই এফ এছ | |||
২৩. লখিমপুৰ | এছ. এফ. লখিমপুৰ | জে. আহমেদ | |||
২৪. ধেমাজী | ধেমাজী (টি) | এম. এন. দুৱৰা | |||
৯ | বিকাশ ব্ৰহ্ম, আই এফ এছ | এন. চি. হিল, হাফলং | ২৫. হিল, হাফলং | হাফলং (টি) | ডি. জামান, আই এফ এছ |
১০ | চি. এম. শৰ্মা, আই এফ এছ | কাৰ্বআংলং স্বায়ত্ব শাসিত জিলা পৰিষদ,ডিফু | ১৬. কাৰ্বিআংলং (ই) | ডি এফ ও(টি) কাৰ্বিআংলং (ই) | ডে. এন. হাজৰিকা |
২৭.কাৰ্বিআংলং (ডব্লিউ) | ডি এফ ও(টি) কাৰ্বিআংলং (ডব্লিউ) | আৰ. পি. সিং,আই এফ এছ | |||
২৮. হামৰেণ | হামৰেণ (টি) | মৃদুল কুঃ ধৰ |