মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department

উদ্যোগ

বন সমূহে উদ্যোগৰ কাৰণে অনেক প্ৰাকৃতিক সম্পদ প্ৰদান কৰে কিন্তু সেইসমূহক ৰাজহৰ উৎস হিছাবে দেখা নাযায় কিন্তু সাধাৰণ জনসংখ্যাৰ জীৱিকা নিৰ্বাহৰ উৎস হিছাবে আনকি সেইবোৰক দেখা যায়। এই ধাৰণাৰ অৰ্থ হ`ল বনৰ উৎপাদনক এক স্থায়ি ৰূপত ব্যৱহাৰ কৰা আৰু য`ত সম্ভৱ তাত বিকল্প বিছাৰি উলিওৱা।

প্লাইউদ, তক্তা, শাহ আৰু কাগজ, জুইশলা বাকছ নিৰ্মাণ আদি অসম ৰাজ্যৰ প্ৰধান বন ভিত্তিক উদ্যোগ। দৰাচলতে, চাহ আৰু পেট্ৰ`লিয়ামৰ পিছত এটা মূখ্য উদ্যোগ হৈছে প্লাইউদ উদ্যোগ। উপৰোক্ত উদ্যোগ সমূহৰ কাৰণে কেঁচাসামগ্ৰীৰ উৎস হৈছে ৰাজ্যিক বন সমূহ। কাঠ, বাঁহ, বেত আদি হৈছে অসমৰ বন সমূহৰ প্ৰধান ব্যৱহাৰ যোগ্য উৎপাদন। উদাহৰণ স্বৰূপে আসমৰ বেতৰ আচবাৱ বিশ্ব প্ৰসিদ্ধ আছিল কিন্তু গম্ভীৰ ৰূপত হোৱা অত্যাধিক শোষণৰ কাৰণে ই প্ৰায় বিলুপ্তিৰ পথত। প্ৰাক্তন ৰপ্তানিকাৰকৰ পৰা অসম এতিয়া বেতৰ শুদ্ধ আমদানিকাৰক হিছাবে পৰিগণিত হৈছে। এনেকৈয়ে আজিকালিৰ প্ৰধান গুৰুত্ব হৈছে বিকল্প সম্পদৰ পৰা মানুহৰ চাহিদা পূৰণ কৰা আৰু স্থায়ী আদৰ্শৰ ওপৰত বন ভিত্তিক উদ্যোগ সমূহক পুনৰুজ্জীৱিত কৰা। ইয়াৰ বাবে দ্ৰুত আংশগ্ৰহণৰ প্ৰয়োজন। অগৰু কাঠে, উদাহৰণ স্বৰূপে সমৃদ্ধিশালী লাভাংশ প্ৰদান কৰিব পাৰে, যদি মানুহে ইয়াক শস্য হিছাবে বৃদ্ধি কৰিব পাৰে।

২০০৬-০৭ বৰ্ষ সময়কালৰ আঞ্চলিক বিভাগৰ অধীনৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত কাঠ ভিত্তিক উদ্যোগ সমূহ

চক্ৰৰ নামক্ৰঃ নং.সংমণ্ডলৰ নামপ্লইউদ কলতক্তা কলকাঠ কলবিভাগীয় কাঠ কলটিম্বাৰ ট্ৰিটমেণ্ট এণ্ড চিজনিং প্লাণ্ট
চি. এফ.,চি.এ.চি., গুৱাহাটী১কামৰূপ পশ্চিম সংমণ্ডল০০৩০০
 ২কামৰূপ পূব সংমণ্ডল০০২১০০
 ৩এন. কে. সংমণ্ডল, ৰঙিয়া০০৬০০
 ৪গোৱালপাৰা সংমণ্ডল০০২০০
চি. এফ.,এন.এ.চি., তেজপুৰ৫শোণিতপুৰ পূব সংমণ্ডল০০৯০০
 ৬শোণিতপুৰ পশ্চিম সংমণ্ডল০০৬১০
 ৭নগাওঁ পশ্চিম সংমণ্ডল০১৭০০
 ৮লখিমপুৰ সংমণ্ডল০০২০০
 ৯ধেমাজী সংমণ্ডল০০২০০
 ১০নগাওঁ সংমণ্ডল০০১৯০০
 ১১মাকুম কাঠ আৰু এছ. প্লেণ্ট    ১
চি. এফ., এল.এ.এছ.এফ.চি., বঙাইগাওঁ১২আই- উপত্ত্যকা সংমণ্ডল০০০০০
 ১৩ধুবুৰী সংমণ্ডল০০৪০০
চি. এফ., ই.এ.চি., যোৰহাট১৪গোলাঘাট সংমণ্ডল০০৭০০
 ১৫ডিব্ৰুগড সংমণ্ডল৪১৯০০
 ১৬ডুমডুমা সংমণ্ডল২০২০০
 ১৭যোৰহাট সংমণ্ডল১০৪০০
 ১৮শিৱসাগৰ সংমণ্ডল০০১০০
 ১৯দিগবৈ সংমণ্ডল৭০৩০০
চি. এফ., এছ.এ.চি., শিলচৰ২০হাইলাকান্দি সংমণ্ডল০০০০০
 ২১কৰিমগঞ্জ সংমণ্ডল০০১২০০
 ২২কাচাৰ সংমণ্ডল শিলচৰ০০১২০০
মুঠ(চি চি এফ-টি ক্ষেত্ৰ)১৪২১৩১১১
      

২০০৬-০৭ বৰ্ষ সময়কালৰ বি টি এ ডিৰ অধীনৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত কাঠ ভিত্তিক উদ্যোগ সমূহ

বি টি এ ডি সংমণ্ডলৰ নামপ্লইউদ কলতক্তা কলকাঠ কলবিভাগীয় কাঠ কলটিম্বাৰ ট্ৰিটমেণ্ট এণ্ড চিজনিং প্লাণ্ট
চি এফ, ডব্লিউ. এ. চি., কোকৰাঝাৰ২৩ধনশিৰি সংমণ্ডল০০৬০০
 ২৪হাল্টুগাওঁ সংমণ্ডল০০১০০
 ২৫কচুগাওঁ সংমণ্ডল০০১০০
 ২৬পৰ্বতযৰা সংমণ্ডল০০০০০
 ২৭চিৰাং সংমণ্ডল০০১০০
মুঠ(বি টি এ ডি)০০৯০০

২০০৬-০৭ বৰ্ষ সময়কালৰ কে এ এ চি সংমণ্ডলৰ অধীনৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত কাঠ ভিত্তিক উদ্যোগ সমূহ

কে এ এ চিক্ৰঃ নং.সংমণ্ডলৰ নামপ্লইউদ কলতক্তা কলকাঠ কলবিভাগীয় কাঠ কলটিম্বাৰ ট্ৰিটমেণ্ট এণ্ড চিজনিং প্লাণ্ট
চি এফ, কাৰ্বিআংলং, ডিফু২৮কাৰ্বিআংলং পূব সংমণ্ডল০০৩০০
 ২৯কাৰ্বিআংলং পশ্চিম সংমণ্ডল  ১০ 
 ৩৩হামৰেণ সংমণ্ডল০০০০০
মুঠ (কে এ এ চি)০ ০ ৪ ০ ০

২০০৬-০৭ বৰ্ষ সময়কালৰ এন চি এইচ এ চি সংমণ্ডলৰ অধীনৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত কাঠ ভিত্তিক উদ্যোগ সমূহ

এন চি এইচ এ চি সংমণ্ডলৰ নামপ্লইউদ কলতক্তা কলকাঠ কলবিভাগীয় কাঠ কলটিম্বাৰ ট্ৰিটমেণ্ট এণ্ড চিজনিং প্লাণ্ট
চি. এফ., পাৰ্বত্য, হাফলং৩৪এন.চি. পাহাৰ সংমণ্ডল০০১৬০০
Total (এন চি এইচ এ চি)০০১৬০০
 
এফ.ডি. সৰ্ব মুঠ = ১৪২১৬০১০

বন উৎপাদন নিষ্কাশন

এফ. পি. নাম আৰু গোটবৰ্ষ ২০০৫-০৬
কাঠ (লগছ) ঘন. মেঃ টঃ.১১,৯৭৩
ইন্ধন কৰাঠ ঘন. মেঃ টঃ.৫১০
বাঁহ ০০০ নং৫,৪৬৭
শিল ঘন. মেঃ টঃ.৪.০৩.৬৬১
বালি ঘন. মেঃ টঃ.৯৯,২৭৩
শৰণ খেৰ মুঠাত১৮,৮৮,০০০
অন্যান্য ০০০ ঘন. মেঃ টঃ.১,৫৯২