Reserve Forest
ক্ৰঃনং | নাম | সংখ্যা | মন্তব্য |
---|---|---|---|
১ | ৰাষ্ট্ৰীয় উদ্যান | ৫ | |
২ | বন্যপ্ৰাণী | ২০ | প্ৰস্তাৱিত তিনিখন |
৩ | বাঘ সংৰক্ষণ | ৩ | মানস, নালেৰী, কাজিৰঙা |
৪ | জৈৱমণ্ডল সংৰক্ষণ | ২ | ডিব্ৰু-চৈখোৱা, মানস |
৫ | বিশ্ব ঐতিহ্য ক্ষেত্ৰ | ২ | কাজিৰঙা, মানস |
৬ | ৰামচাৰ ক্ষেত্ৰ | ১ | দিপৰ বিল |
৭ | গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ | ৪৬ | |
৮ | হস্তী সংৰক্ষণ | ৫ |
বাঘ সংৰক্ষণ | ||||||||
---|---|---|---|---|---|---|---|---|
১ | মানস টি আৰ | কোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী | ২৮৩৭.১২ | ১৯৭৩ | ||||
২ | নামেৰি টি আৰ | শোণিতপুৰ | ৩৪৪.০০ | ১-০৩-২০০০ | ||||
৩ | কাজিৰঙা টি আৰ | নগাওঁ, গোৱাঘাট, শোণিতপুৰ | ৮৫৮.৯৮ | ২০০৬ |
হস্তী সংৰক্ষণ
১ | ছিৰাং-ৰাইপু ই আৰ | কোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী | ২৬০০.০০ | ০৬-০৩-০৩ | ||||
২ | শোণিতপুৰ ই আৰ | শোণিতপুৰ | ১৪২০.০০ | ০৭-০৩-০৩ | ||||
৩ | দিহিং-পাটকাই ই আৰ | ডিব্ৰুগড় আৰু তিনিচুকীয়া | ৯৩৭.০০ | ০৭-০৪-০৩ | ||||
৪ | কাজিৰঙা-কাৰ্বিআংলং ই আৰ | শোণিতপুৰ, নগাওঁ, গোৱাঘাট, আৰু কাৰ্বীআংলং | ৩২৭০.০০ | ১৭-০৪-০৩ | ||||
৫ | ধনশিৰি-লুংডিং ই আৰ | কাৰ্বীআংলং, নগাওঁ আৰু উত্তৰ কাচাৰ পাৰ্বত্য | ২৭৪০.০০ | ১৯-০৪-০৩ |
বায়স্ফীয়ৰ ৰিজাৰ্ভ | ||||
---|---|---|---|---|
১ | মানস বি আৰ | কোকৰাঝাৰ, ছিৰাং, বাক্সা, ওডালগুৰী | ২৮৩৭.০০ | ১৪-০৩-৮৯ |
২ | Dibru-Saikhowa BR | ডিব্ৰুগড় আৰু তিনিচুকীয়া | ৭৬৫-.০০ | ২৮-০৭-৯৭ |