অতি পুৰণি অভয়াৰণ্য বোৰৰ ভিতৰত এইখনো এখন য`ত গৰম পানীৰ উহ, আৰু জলপ্ৰপাত আছে। নামবৰ হাবিয়ে চাৰিওদিশে আবৰি থকা ৰাষ্ট্ৰীয় উদ্যানখনত ৫১ বিধ কপৌফুল পোৱা যায়।
স্তন্যপায়ী: বাঘ, হাতী, `গৌৰ`, ভালুক, নীলগাই, হৰিণ, ভাটৌ, হোলোক বান্দৰ, বন গাহৰি ইত্যাদ।
চৰাই: বৰ ঠোঁটৰ চিত-পখৰা ধনেশ, পাহাৰীয়া মইনা চৰাই ইত্যাদি।
সৰীসৃপ: অজগৰ, ফেটি, মণিটৰ জেঠি।
কেনেকৈ যাব পাৰি: আটাইতকৈ ওচৰত থকা বিমানবন্দৰ হ`ল ডিমাপুৰ ৫৫ কিঃমিঃ আৰু যোৰহাট বিমানবন্দৰ ৮৫ কিঃমিঃ দুৰত্বত অৱস্থিত। পথৰ দূৰত্ব আটাইতকৈ ওচৰত থকা চহৰ গোলাঘাট চহৰৰ পৰা ৩৫ কিঃমিঃ, ডিফুৰ পৰা ৪৫ কিঃমিঃ দূৰত্ব।
ক`ত থাকিব: অৰণ্য লজ, দূৰভাষ (০৩৭৭৬)২৬২৪২৯, বনানী, বনশ্ৰী, কুঞ্জবন লজ, দূৰভাষ (০৩৭৭৬)২৬২৪২৩, অসম পৰ্যটনৰ অধীন, ক`হৰা।
দৰ্শণ কৰিবলৈ কাৰ লগত যোগাযোগ কৰিব:
সংমণ্ডল বন বিষয়া কাৰ্বীআংলং পূৱ সংমণ্ডল, ডিফু, দূৰভাষ (০৩৬৭১)২৭২২৩৭(কাঃ)২৭৩৩০৩ (বাঃ)।
দৰ্শনৰ কাৰণে উৎকৃষ্ট সময়: নবেম্বৰৰ পৰা এপ্ৰিললৈ।
এই অভয়াৰণ্যখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত। ৭০ বৰ্গ কিঃমিঃ এলেকাৰে, নগাওঁ জিলাত অৱস্থিত আৰু লাউখোৱাৰ এটা অংশ বুঢ়াচাপৰি জৈৱবৈচিত্ৰৰে ভৰপূৰ। আদৰ্শগত জীৱ প্ৰজাতি হ`ল গঁড় আৰু বনৰীয়া ম`হ।
স্তন্যপায়ী: হাতী, বনৰীয়া ম`হ, হৰিণ, ভূকা পহু, বাঘ, নাহৰ ফুটুকী, লতা-মাকৰী, বন মেকুৰী, মাছ দৰা মেকুৰী, হেপা, জহামাল, সৰু মেকুৰী, বন গাহৰি ইত্যাদি।
চৰাই: ২২৫ বিধ পক্ষী প্ৰজাতিৰ তথ্য সংগ্ৰহ কৰা হৈছে এতিয়ালৈকে।
মাছ: ৩৯ বিধ মাচৰ ওপজা স্থল হাছেবে এই অভয়াৰণ্য খন।
উভচৰ: ইয়াৰ জলাশয় বোৰ উভচৰ জীৱৰ কাৰণে উৎকৃষ্ট পৰিৱেশ ৰচনা কৰিছে আৰু ৯ বিধ প্ৰজাতিৰ উভচৰ ইয়াত পোৱা যায়।
সৰিসৃপ: ১৪ বিধ প্ৰজাতিৰ সৰিসৃপ, হিচাব কৰি উলিয়াইচে এইখন আভয়াৰণ্যত।
নগাঁৱৰ পৰা পথ দূৰত্ব হয় ২৮ কিঃমিঃ আৰু গুৱাহাটীৰ পৰা দূৰ হয় ১৪৮ কিঃমিঃ
আটাইতকৈ ওচৰৰ ৰেল ষ্টেছন হ`ল লগাওঁ আৰু আটাইতকৈ ওচৰৰ বিমান বন্দৰ এল জি বি আই- গুৱাহাটী।
নগাঁৱত থকা-খোৱাৰ উত্তম সুবিধা আছে হোটেল বোৰত আৰু আৱৰ্তভৱনত।
সংমণ্ডল বন বিষয়া, নগাওঁ বন্যজীৱ বিভাগ, কাটিমাৰী, নগাওঁ- ৭৮২০০২, দূৰভাষ-(০৩৬৭২)২২৫৬৩২ (কাঃ)২২৫০০৩(বাঃ) ৰেঞ্জ বিষয়া, লাউখোৱা বন্যজীৱ অভয়াৰণ্য, ডাক গৰাজান, জিলা-নগাওঁ, দূৰভাষ (০৩৬৭২)২৪৭৫৯২ (কাঃ)।
নবেম্বৰৰ পৰা মাৰ্চলৈ।
এইখন অভয়াৰণ্য মাত্ৰ ২৬.২২ বৰ্গ কিঃমিঃএলেকাৰ এখন ক্ষুদ্ৰ বনভূমি হিমালয়ৰ পাদদেশত অৱস্থিত ভূটানৰ সীমাত আদৰ্শ ভবাৰ ভূখণ্ড। এই অভয়াৰণ্যখন গঠন কৰা হৈছিল বিশেষকৈ হিচপিদ শহাপহু আৰু নলগাহৰিক নিৰাপত্তা দিয়া আৰু সংৰক্ষণ কৰাৰ বাবে।
স্তন্যপায়ী: হাতী, `গৌৰ`, বাঘ, নাহৰফুটুকী, ভাৰতীয় সৰু জহামাল, জংঘলি মেকুৰী, চীন দেশীয় পেনগ`লিন, কেটেলা পহু, হিমালয়ান কলা ভালুক, হৰিণ, নলগাহৰি, বন গাহৰি আৰু হিচপিদ শহা।
চৰাই: ম`ৰা চৰাই, ধনেশ, দলনিৰ উলুমৰা, বেংগল ফ্লৰিকেন ইত্যাদি।
আটাইতকৈ ওচৰৰ বিমান বন্দৰ হ`ল এল জি বি আই, গুৱাহাটী ১৫০ কিঃমিঃ দূৰত্বত অৱস্থিত। আভয়াৰণ্যখন ৭০ কিঃমিঃ দূৰত্বত অৱস্থিত মঙ্গলদৈৰ পৰা, তেজপুৰৰ পৰা ১২০ কিঃমিঃ আৰু ১৪০ কিঃমিঃ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা।
দৰ্শণাৰ্থীসকল গুৱাহাটীৰ হোটেল বা মঙ্গলদৈ আৰু ওডালগুৰিৰ আৱৰ্তভৱনত থাকিব পৰে। দৰঙৰ উপ আয়ুক্তৰ লগত যোগাযোগ কৰিব পাৰে, দূৰভাষ- (০৩৭১৩)২২২১৩৫ আৰু ওডালগুৰিৰ উপ আয়ুক্ত, দূৰভাষ- (০৩৭১১)২২৪৪৪৩৩।
সাংমণ্ডলিক বন বিষয়া, মঙ্গলদৈ বন্যজীৱ বিভাগ, মঙ্গলদৈ, দূৰভাষ-(০৩৭১৩)২৩০০২২।
নৱেম্বৰৰ পৰা এপ্ৰিল।
৪৫.৫০ বৰ্গ কিঃমিঃ ভূখণ্ডেৰে আগুৰা চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন পশ্চিম, অসমৰ ধুবুৰী জিলাত অৱস্থিত আৰু এইখন হৈছে সোণালী বান্দৰৰ দ্বিতীয় ঘৰ হিমালয়ৰ পাদদেশৰ পৰা প্ৰৱজন কৰা।
সোণালী বান্দৰ, ভাটৌ, নাহৰফুটুকী ইত্যাদি। ২৭৩ বিধ প্ৰজাতিৰ চৰাই, ১১ সৰিসৃপ, ১৪ বিধ উভচৰ আৰু ৬০ বিধ প্ৰজাতিৰ মাছ এই অভয়াৰণ্য খনত পোৱা যায়।
আটাইতকৈ ওচৰৰ এল জি বি আই, গুৱাহাটী চহৰৰ পৰা ২৬৩ কিঃমিঃ দূৰ আৰু পথৰ দূৰত্ব গুৱাহাটীৰ পৰা ২৬৯ কিঃমিঃ, ধুবুৰী চহৰৰ পৰা ৭০ কিঃমিঃ বঙাইগাঁৱৰ পৰা ৫০ কিঃমিঃ আৰু কোকৰাঝাৰৰ পৰা মাত্ৰ ৭ কিঃমিঃ।
কোকৰাঝাৰৰ ওচৰত চৰাইখেলাত বন বিভাগৰ জিৰণি ঘৰ আছে। দৰ্শণাৰ্থীবোৰে যোগাযোগ কৰিব পাৰে ডি. এফ. ও. বন্যপ্ৰাণী বিভাগ, কোকৰাঝাৰ। কোকৰাঝাৰত থকা হোটেল হ`ল-হোটেল ওঁমশ্ৰী, জে ডি, ৰোজ কোকৰাঝাৰ, দূৰভাষ-(০৩৬১)২৭১৬৫৬,২৭১৬৫৫, চাহাৰা লজ, পাতালপুৰ ৰোজ, কোকৰাঝাৰ, দূৰভাষ-(০৩৬১) ২৭০৮২৪, চেভেন ব্ৰাৰ্ডাচ লজ, বজাৰ ৰোড, কোকৰাঝাৰ, দূৰভাষ-(০৩৬১)২৭১৭০১, বসমতাৰী লজ, বজাৰ ৰোড,কোকৰাঝাৰ, প্ৰশান্তি লজ, আৰ এন বি ৰোড, কোকৰাঝাৰ, দূৰভাষ-(০৩৬১)২৭০০৯৪,৯৪৩৫২৫৫১১৩, কে আৰ লজ, জে বি ৰোড, কোকৰাঝাৰ।
ডি এফ ও বন্যপ্ৰাণী বিভাগ, কোকৰাঝাৰ, দূৰভাষ-(০৩৬১)২৭০৬৩৩।
নবেম্বৰৰ পৰা এপ্ৰিললৈ।
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এই অভয়াৰণ্যখন শোণিতপুৰ জিলাৰ ৪৪.০৬ বৰ্গ কিঃমিঃ ভূখণ্ডেৰে গঠিত লাউখোৱাৰে এটা অংশ বুলি ক`ব পাৰি- বুঢ়াচাপৰি জৈৱবৈচিত্ৰ আৰু পলসুৱা নৰম মাটিৰ ঘাহ-বনভূমি, ৰাইপাৰিয়ান আৰু অৰ্ধ-চিৰসেইজ হাবি খণ্ডিত বিখণ্ডিত হৈ আছে জলাহ আৰু নদী ব্যৱস্থাৰে।
স্তন্যপায়ী: বাঘ, নাহৰফুটুকী, বনৰায়া ম`হ, বনগাহৰি, হৰিণ ইত্যাদি আৰু কেতিয়াবে কেতিয়াবা হাতীৰ জাক লক্ষ্য কৰা যায়।
চৰাই: বেংগল ফ্লৰিকেন, উলুমৰা,(ফেনকৰিল) বন কুকুৰা, পানী কুকুৰা, ক্ষুদ্ৰ ভাটৌ ইত্যাদি।
শালনীবাৰী বিমানবন্দৰ (তেজপুৰ) পথেৰে মাত্ৰ ৩০ কিঃমিঃ, গুৱাহাটীৰ পৰা ১৬০ কিঃমিঃ, যোৰহাটৰ পৰা ১৮০ কিঃমিঃ আৰু লগাঁৱৰ পৰা মাত্ৰ ৪০ কিঃমিঃ।
হোটেল ব্লু-ষ্টাৰ, জোনাকী বিল্ডিং, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০৬৮২, ওৱেছিচ হোটেল, জোনাকী ৰোড, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০৭২৪, হোটেল লুইট, , তেজপুৰ, দূৰভাষ-(০৩৭১২)২২২০৮৩, হোটেল গ্ৰীণ ভিউ, মেইন ৰোড, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২৩৬৮৫, কন্যাপুৰ হোটেল, হাতী বিলখানা, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০২৬১।
সংমাণ্ডলিক বন বিষয়া, পশ্চিম অসম বন্যপ্ৰাণী বিভাগ, ডোলাবাৰী, তেজপুৰ, দূৰভাষ-(০৩৭১২)২৬৮০৫৪, ৰেঞ্জ বন বিষয়া , বঢ়াচাপৰি বন্যপ্ৰাণী ৰেঞ্জ, ধানীয়া, অসম।
নবেম্বৰৰ পৰা এপ্ৰিললৈ।
শিৱসাগৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ তীৰত ৩৩.৯৩ বৰ্গ কিঃ মিঃৰ এক সমৃদ্ধিশালী জলভূমি পৰিস্থিতিতন্ত্ৰ আছে।
চৰাই :এইখন এখন স্বৰ্গভূমি থলুৱা আৰু পৰিভ্ৰমি চৰাইৰ বাবে, এতিয়ালৈ ১৬৫ বিধ প্ৰজাতিৰ চৰাইৰ চিনাক্তকৰণ আৰু নথিভূক্ত কৰা হৈছে। ৰাজহাঁৰ আৰু আন পৰিভ্ৰমি চৰাইৰ বৃহৎ মিলন ভূমি। সৰ্ব সাধাৰণ চৰাইবোৰ পাখীহিন মূৰৰ ৰাজহাঁহ, মুগাভৰিৰ ৰাজহাঁহ, ফুটফুটায়া ঠোঁটৰ হাঁহ,, বনৰীয়া পাতি হাঁহ, অন্যান্য বনৰীয়া হাঁহ, মূগাবৰণৰ বনৰীয়া হাঁহ, `গাৰগেনি`, চোভেলাৰ, ৰঙা চুড়াযুক্ত প`চাৰ্ড, সাধাৰণ গ্ৰাছৰোকা, ফেৰুজিনাচ হাঁহ,হৰটোকোলা, হাৰগিলা, খোলা ঠোঁটৰ বৰটোকোলা, বগা ডিঙিৰ বৰটোকোলা ইত্যাদি।
জলজ প্ৰাণী: বিভিন্ন প্ৰজাতিৰ মাছ চিনাক্ত কৰা হৈছে, লগতে বিভিন্ন ভেকুলী, সাপ ইত্যাদি।
যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা দূৰত্ব হয় ৮০ কিঃমিঃ, মোহনবাৰী বিমান বন্দৰ, ডিব্ৰুগড়ৰ পৰা দূৰত্ব হয় ৮৮ কিঃমিঃ, শিৱসাগৰৰ পৰা ২০ কিঃমিঃ, যোৰহাটৰ পৰা ৭৫ কিঃমিঃ, ডিব্ৰুগড়ৰ পৰা ৭৩ কিঃমিঃ আৰু গুৱাহাটীৰ পাৰ দূৰত্ব হয় ৩৮৬ কিঃমিঃ।
পৰ্যটন লজ, শিৱসাগৰ (আহোম ৰাজ্যৰ প্ৰাচীন ৰাজধানী) যোগাযোগ- পৰ্যটক তথ্য বিষয়া, শিৱসাগৰ, দূৰভাষ- (০৩৭৭২)২২২৩৯৪। শিৱসাগৰ চহৰত হোটেল- হোটেল ব্ৰহ্মপুত্ৰ, জি বি ৰোড, দূৰভাষ- (০৩৭৭২)২২২২০০, হোটেল প্ৰিয়া, এ টি ৰোড, দূৰভাষ- (০৩৭৭২)২২২৯৮৮, হোটেল সিদাৰ্থ, বি জি ৰোড, দূৰভাষ- (০৩৭৭২)২২৩২৮১, হোটেল বৃন্দাবন, এ টি ৰোড, দূৰভাষ- (০৩৭৭২)২২০৪১৪।
সংমাণ্ডলিক বন বিষয়া, শিৱসাগৰ বিভাগ, ডাক-শিৱসাগৰ অসম, পিন-৭৮৫৬৪০, দূৰভাষ- (০৩৭৭২) ২২০৯৮৯(কাঃ)২২৪১৫৪(বাঃ)
নবেম্বৰৰ পৰা মাৰ্ছলৈ।
এখন ক্ষুদ্ৰ অভয়াৰণ্য ২০.৯৮ বৰ্গ কিঃমিঃ মাটিকালিৰে, যোৰহাট জিলাৰ অন্তৰ্গত, অৰ্ধ-চিৰসেউজীয়া বনাঞ্চল আৰু চিৰসেইজীয়া বনভূমি চাহ বাগানৰোৰৰ মাজত আৰু আনকি মানুহৰ বসতি ভূমিৰ মাজতো। অভয়াৰণ্য খনৰ নাম ৰখা হৈছে মানুহৰ (হ`লক গিবন)ৰ নামেৰে।
স্তন্যপায়ী: হাতী, নাহৰফুটুকী, বাঘ, পেঙ্গোলিন, অসমীয়া বান্দৰ, ছুটিলেজৰ বান্দৰ, সৰু জাতৰ বান্দৰ, টুৰিযুক্ত বান্দৰ, গাঁঠলু নেজৰ বান্দৰ, লেহেম গতিৰ ল`ৰিছ, বন মেকুৰী, জহামাল, কেৰ্কেটুৱা, হৰিণ, নীলগাই, বন গাহৰি, দৈত্যকায় কেৰ্কেটুৱা।
চৰাই: ভাৰতীয় ধনেশপক্ষী, শেনচৰাই, পাহাৰী মইনা, কালিজ, ডঁৰিকচৰাই ইত্যাদি।
সৰিসৃপ: ভাৰতীয় অজগৰ, সাধাৰণ মণিটৰ জেঠি, কাছ, ফেটি।
পথেৰে মৰিয়নি জংছনৰ পৰা মাত্ৰ ৫ কিঃমিঃ দূৰ আৰু ৰৰৈয়া বিমানবন্দৰ, যোৰহাট, ২৫ কিঃমিঃ, যোৰহাট চহৰৰ পৰা ২০ কিঃমিঃ।
গিবন ফৰেষ্ট ৰেষ্ট হাউচ(এটা সৰু জিৰণি ঘৰ অভয়াৰণ্যৰ মাজতে) আছে। আৰক্ষণৰ কাৰণে যোগাযোগ কৰিব পাৰে সংমাণ্ডলিক বন বিষয়াৰ লগত, যোৰহাট বিভাগ, দূৰভাষ-(০৩৭৬)২৩২০০০৮ (কাঃ)২৩২০৪৫৬ (বাঃ), প্ৰশান্তি লজ, অসম পৰ্যটন বিভাগৰ অধীন যোৰহাট চহৰত, ২২ কিঃমিঃ দূৰ অভয়াৰণ্যৰ পৰা। আৰক্ষণৰ কাৰণে উপ সঞ্চালকৰ পৰ্যটন বিভাগ, যোৰহাটৰ লগত যোগাযোগ কৰিব পাৰে। যোৰহাট চহৰত আৰু বেলেগ ভাল হোটেল আছে।
সংমণ্ডলিক বন বিষয়া, যোৰহাট সংমণ্ডল, যোৰহাট, পিন- ৭৮৫০০১, দূৰভাষ (০৩৭৬)২৩২০০০৮(কাঃ),২৩২০৪৫৬ (বাঃ), বন ৰেঞ্জ বিষয়া , মৰিয়নি ৰেঞ্জ, ডাক- মৰিয়নি, জিলা-যোৰহাট, দূৰভাষ (০৩৭৭১) ২৪৪১২৫(কাৰ্য্যালয় আৰু আবাস)।
গোটেই বছৰ জুৰিয়ে পাৰি কিন্তু ফ্ৰেব্ৰুৱাৰীৰ পৰা মাৰ্ছলৈ আৰু জুনৰ পৰা জুলাইলৈ অতি উত্তম সময়।
এই অভয়াৰণ্যখন পৃথিৱীৰ ভিতৰতে এক শিঙীয়া গঁড়ৰ ঘন জনবসতি থকা আবাস ভূমি বুলি কোৱা হয়, যিখন মৰিগাওঁ জিলাত অৱস্থিত, গুৱাহাটী মহানগৰৰ নিচেই ওচৰতে। জীৱ-জন্তুৰ আবাস। ভূমিখন অসম পলশুৱা মাটিৰ ঘাঁহ-বনেৰে গঠিত পাহাৰীয়া জংঘলেৰে ৩৮.৮ বৰ্গ কিঃমিঃ ভূখণ্ডোৰে আৱৰা। এইখন এখন গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰও।
স্তন্যপায়ী: গৰ্বমুঠ ৮১ টা গঁড় লক্ষ কৰা হৈছিল ২০০৬ জনৰ এপ্ৰিল মাহত কৰা জৰীপৰ সময়ত। আন স্তন্যপায়ী জন্তু আৰু নাহৰফুটুকী, লটামাকৰী, হেপা, বন মেকুৰী, ম`হ, বন গাহৰী, চীনদেশীয় পেংগোলিন ইত্যাদি পোৱা হয়।
চৰাই: সৰ্বমুঠ ৩৭৫ বিধ প্ৰজাতিৰ চৰাই এই হাবিত পোৱা হয় দেশীয় আৰু পৰিভূমি চৰাই দুয়োবিধতে। ৪৬ শ্ৰেণী পৰিয়ালত তথ্য ভূক্ত কৰা হৈছে ১৪ খন তালিকা প্ৰক্ৰিয়াৰে ইণ্ডিয়ান ৰেড ডাটা বুকত।
মাছ: বিভিন্ন মাছৰ কাৰণে এইখন এখন গুৰুত্বপূৰ্ণ প্ৰজননথলী।
উভচৰ: ৭ প্ৰকাৰৰ উভচৰ প্ৰাণীৰ নাম তথ্যভূক্ত কৰা হৈছে।
সৰিসৃপ: ২৭ বিধ প্ৰজাতিৰ সৰিসৃপ এই অভয়াৰণ্যত অথ্যভূক্ত কৰা হৈছে।
হাতী ছাফাৰি আৰু জীপ ছাফাৰিৰ সুন্দৰ সুবিধা আছে। পক্ষী দৰ্শন আৰু গঁড় দৰ্শনৰ বাবে সু-উচ্চ ঠাইৰ ব্যৱস্থা আছে। বন-ভোজৰ কাৰণে ওচৰতে থকা গৰঙা বিল এক উৎকৃষ্ট বনভোজ স্থলী।
চন্দ্ৰপুৰ হৈ গুৱাহাটী পৰা মাত্ৰ ৩৫ কিঃমিঃ আৰু ৰাজপথেৰে ৫২ কিঃমিঃ।
৪ কোঠাযুক্ত মায়ং পৰ্যটন লজ, পৰ্যটন বিভাগৰ অধীনত। বন বিভাগৰ পৰিদৰ্শন বাংলাটো ২টা কোঠাযুক্ত।
সংমণ্ডলিক বন বিষয়া, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডল, গুৱাহাটী-৭৮১০০৯, দূৰভাষ-(০৩৬১)২৫৫০২০৭ (কাঃ), ০৯৪৩৫০৩১৭৮৯ (কাঃ), ৰেঞ্জ বিষয়া, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, ডাক-মায়ং, জীলা মৰিগাওঁ, দূৰভাষ- (০৩৬৭৮)২৪৮১৫৭(কাঃ)
নবেম্বৰৰ পৰা মাৰ্ছলৈ।
এই এভয়াৰণ্যখন হিমালয়ৰ পাদদেশত, শোণিতপুৰ জিলাত অৱস্থিত ২২০ বৰ্গ কিঃমিঃ ভূখণ্ডেৰে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে বন্যপ্ৰাণীৰ দৃশ্যৰাজি দৰ্শণীয়।
স্তন্যপায়ী: বাঘ, লতামাকৰী, হাতী, বৰা, বন্যগাহৰি, হৰিণ, সগৰীপহু ইত্যাদি।
চৰাই: বগা পাখীৰ বন হাঁহ, ধনেশ, পেলিকান ইত্যাদি।
সৰিসৃপ: অজগৰ, ৰাছেল ভাইপাৰ ইত্যাদি।
শালনিবাৰী (তেজপুৰ) বিমানবন্দৰ ৪৫ কিঃমিঃ দূৰত্বত অৱস্থিত অভয়াৰণ্যৰ পৰা। আটাইতকৈ ওচৰৰ চহৰ হ`ল তেজপুৰ, ৫২ কিঃমিঃ আৰু ঢেকীয়াজুলী ৩০ কিঃমিঃ দূৰত্বত অৱস্থিত অভয়াৰণ্যৰ পৰা।
বন পৰিদৰ্শন বাংলা, তেজপুৰ, যোগাযোগ কৰক সংমণ্ডলিক বন বিষয়া, পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডল, তেজপুৰ, দূৰভাষ-(০৩৭১২)২৬৮০৫৪। হোটেল লুইট, তেজপুৰ, দূৰভাষ- (০৩৭১২)২২২০৮৩, ২২৪৭০৪, পৰ্যটন লজ, তেজপুৰ, দূৰভাষ-(০৩৭১২) ২২১০১৬।
সংমণ্ডলিক বন বিষয়া, পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডল, তেজপুৰ, দূৰভাষ-(০৩৭১২)২৬৮০৫৪ (কাঃ), ২৬৮০০৩ (বাঃ)
নৱেম্বৰৰ পৰা এপ্ৰিললৈ।
এই অভয়াৰণ্যখন তিনিটা খণ্ডত বিভক্ত আৰু তিনচুকীয়া জিলাত অৱস্থিত এখন আদৰ্শ আবাসস্থল মুখ্য স্তন্যপায়ীৰ বাবে।
স্তন্যপায়ী: এই অভয়াৰণ্যত পোৱা স্তন্যপায়ী বোৰৰ ভিতৰত লেহেমীয়া ল`ৰি, বান্দৰ, ছুটি নেজৰ বান্দৰ, গাঁঠলু নেজৰ বান্দৰ, ক্ষুদ্ৰ বান্দৰ, টুপিযুক্ত বান্দৰ আৰু হ`লোক গিবন, তাৰোপৰি কিছু নাহৰফুটুকী, বন গাহৰি আৰু প্ৰকাণ্ড উৰণীয়া কেৰ্কেটুৱা ইত্যাদি।
চৰাই: ৮৪ প্ৰজাতিৰ চৰাই তাত পোৱা যায়, বাজ, মাছৰোকা ধনেশ, বাৰবেট, বাঢ়ৈটোকা, দ্ৰংগো, সাধাৰণ মইনা, গঙ্গা চিলমী চেক্চেকী ৰবিণ, খঞ্জন পক্ষী আৰু আন বিভিন্ন প্ৰজাতিৰ বনত থকা চৰাই ইয়াত আছে।
মোহনবাৰী (ডিব্ৰুগড়) বিমানবন্দৰৰ পৰা পথ দূৰত্ব ৪০ কিঃমিঃ। তিনচুকীয়া চহৰৰ পৰা ভেৰজান ব্লকলৈ ৩ কিঃমিঃ দূৰ; ব`ৰাজান খণ্ডলৈ ৬ কিঃমিঃ আৰু পদুমণিলৈ হয় মাত্ৰ ৫ কিঃমিঃ।
তিনচুকীয়াত কিছুমান হোটেল আছে- `হোটেল হাইৱে` এ টি ৰোড, দূৰভাষ-(০৩৭৪)২৩৩৫৩৮৩/২৩৩২৭৮৩/২৩৪০৮২০, হোটেল জ্যোতি, ৰঙাগড়া ৰোড, দূৰভাষ- (০৩৭৪) ২৩৩৩২৪৩, হোটেল উৰ্মিলা কণ্টিনেণ্টেল, ৰঙাগড়াৰোড, দূৰভাষ-(০৩৭৪)২৩৩৩৭৭৭/২৩৩৩৭৭৩, হোটেল ইন্দ্ৰলোক, প্ৰকাশ বজাৰ, দূৰভাষ- (০৩৭৪)২৩৪০৩৯৮, হোটেল প্ৰেছিডেণ্ট, ষ্টেছন ৰোড, দূৰভাষ- (০৩৭৪) ২৩৪০৪৩৫।
সংমণ্ডলিক বন বিষয়া, তিনচুকীয়া বন্যপ্ৰাণী সংমণ্ডল, ডাক-ভোৰগুৰি, পিন-৭৮৬১২৬, দূৰভাষ- (০৩৭৪)২৩৩১৪৭১, ৰেঞ্জ বন বিষয়া, গুইজান বন্যপ্ৰাণী ৰেঞ্জ, ডাক-গুইজান, তিনচুকীয়া।
অক্টোবৰৰ পৰা এপ্ৰিললৈ।
পূৰ্ৱ কাৰ্বীআংলং বন্যজীৱ অভয়াৰণ্য, ২২.৮১ বৰ্গ কিঃমিঃ অৰণ্যখন কাৰ্বী আংলং –কাজিৰঙাৰ দূশ্যাৱলীৰে এক গুৰুত্বপূৰ্ণ উপাংশ, গছ-বন আৰু বন্যজীৱৰ উন্নত জৈৱবৈচিত্ৰ আৰু ই কাৰ্বীআংলং স্বায়ত্ব শাসিত জিলা পৰিষদত অৱস্থিত।
স্তন্যপায়ী: ব্যঘ্ৰ, হাতী, গৌৰ, নীলগাই, ভালুক, হৰিণ, সৰু বান্দৰ, হোল`ক গিবন, বনগাহৰি, লতা মাকৰী ইত্যাদি।
চৰাই: বনৰীয়া পক্ষীৰ উচ্চ বৈচিত্ৰময় ঠাই এয়া।
সৰিসৃপ আৰু উভয়চৰ: অজগৰ, ফেঁটিসাপ, মণইটৰ জেঠি, পাহাৰী কাছ ইত্যাদি।
ডিমাপুৰ বিমানবন্দৰৰ পৰা অভয়াৰণ্যখনৰ দূৰত্ব হয় মাত্ৰ ১৫০ কিঃমিঃ, এল জি বি আই বিমান্দৰ, গুৱাহাটীৰ পৰা প্ৰায় ১৯০ বৰ্গ কিঃমিঃ আৰু ৰৰৈয়া (যোৰহাট) বিমানবন্দৰৰ পৰা দূৰত্ব হয় ১১০ কিঃমিঃ।
পৰ্যটন লজ, ডিফু, দূৰভাষ-(০৩৬৭১) ২৭২৬৯৪ (কাঃ), এটা সৰু বন পৰিদৰ্শন বাংলা আছে ডোকমোকা চহৰত, ৩৭ কিঃমিঃ দূৰত্বত। যোগাযোগ কৰক- ৰোঞ্জ বন বিষয়া, পশ্চিম ৰেঞ্জ, ডোকমোকা। হোটেল আৰু লজবোৰ ডিফু চহৰত পোৱা যায় ১৩২ কিঃমিঃ দূৰ আৰু নগাওঁ চহৰখন ১২৭ কিঃমিঃ হয় অভায়ৰণ্যখনৰ পৰা।
সংমণ্ডলিক বন বিষয়া, কাৰ্বীআংলং পূৰ্ব বিভাগ, ডিফু, দূৰভাষ-(০৩৬৭১) ২৭২২৩৭(কাঃ) ২৭৩৩০৩(বাঃ)
নৱেম্বৰৰ পৰা এপ্ৰিললৈ।
নামবৰ বন্যজীৱ অভয়াৰণ্য, ৩৭ কিঃমিঃ বিয়পি আছে গৰমপানী ডব্লিউ এল এছ ৰ লগালগিকৈ কাৰ্বীআংলং স্বায়ত্ব শাসিত জিলা পৰিষদ অৱস্থিত। ইয়াত ৫১ বিধ কপৌফুলৰ প্ৰজাতি পোৱা হৈছে।
স্তন্যপায়ী: বাঘ, হাতী, গৌৰ, ভালুক, নীলগাই, হৰিণ, সৰু বান্দৰ, হোল`ক গিবন, বন গাহৰি ইত্যাদি।
চৰাই: ভূচৰ-বনৰীয়া চৰাইৰ বাবে এই অভয়াৰণ্য বিখ্যাত।
সৰিসৃপ: অজগৰ, ফেঁটি, মণিটৰ জেঠি।
ডিমাপুৰ বিমান বন্দৰৰ পৰা নামবৰ হাবিলৈ ৫৫ কিঃমিঃ আৰু যোৰহাট হিমান বন্দৰৰ পৰা ৮৫ কিঃমিঃ। ওচৰৰ চহৰ গোলাঘাটৰ পৰা মাত্ৰ ৩৫ কিঃমিঃ, ডিফুৰ পৰা ৯২ কিঃমিঃ, গুৱাহাটীৰ পৰা ৩৩০ কিঃমিঃ আৰু ক`হৰা (কাজিৰঙা)ৰ পৰা হয় ৭০ কিঃমিঃ।
অৰণ্য লজ, দূৰভাষ-(০৩৭৭৬) ২৬২৪২৯, বনানী, বনশ্ৰী, কুঞ্জবন লজ, দূৰভাষ-(০৩৭৭৬)২৬২৪২৩, এই সকলোবোৰ অসম পৰ্যটন বিভাগৰ অধীনত কহৰাত আছে।
সংমণ্ডলিক বন বিষয়া, কাৰ্বী আংলং পূৱ মণ্ডল, ডিফু, দূৰভাষ-(০৩৬৭১) ২৭২২৩৭ (কাঃ), ২৭৩৩০৩ (বাঃ)।
নৱেম্বৰৰ পৰা এপ্ৰিললৈ।
ম`ৰাট লংগ্ৰী বন্যপ্ৰাণী অভয়াৰণ্যখন ৪৫১ বৰ্গ কিঃমিঃ বিয়পি আছে কাৰ্বী আংলং স্বায়ত্ব শাসিত জিলা পৰিষদত। এই খন বনাঞ্চল ধনশিৰি লাংডিং হস্তী সংৰক্ষিত বনাঞ্চলৰ গুৰুত্বপূৰ্ণ অংশ বিশেষ।
স্তন্যপায়ী: হাতী, বাঘ, নাহৰফুটুকী, লতামাকৰি, হৰিণ, বনগাহৰি, কেটেলাপহু, লেহেম ল`ৰি, পংগোলিন ইত্যাদি।
চৰাই: উন্নত জৈৱবৈচিত্ৰ পাহাৰী আৰু বনৰীয়া চৰাইৰ মিলনস্থল।
সৰিসৃপ:বেণ্ডিদ ক্ৰেইট, অজগৰ, মণিটৰ জেঁঠি, পাহাৰী মূগা, কাছ ইত্যাদি।
ডিমাপুৰ বিমান বন্দৰৰ পৰা মাত্ৰ ৬০ কিঃমিঃ আৰু ডিফু ৰেল ষ্টেছনৰ পৰা দূৰত্ব হয়গৈ ৮ কিঃমিঃ মাত্ৰ।
বন পৰিদৰ্শণ বাংলা, ডিফু, যোগাযোগ- সংমাণ্ডলিক বন বিষয়া, কাৰ্বী আংলং পশ্চিম সংমণ্ডল, ডিফু, দূৰভাষ- (০৩৬৭১)২৭২২৪৭(কাঃ), ২৭২২২১ (বাঃ), আৱৰ্তভৱন, ডিফু, যোগাযোগ কৰক- উপ আয়ুক্ত, (০৩৬৭১)২৭২২৫৭ (কাঃ) ২৭২২৫৫(বাঃ), ভূমি সংৰক্ষণ পিৰদৰ্শকৰ বাংলা, ডিফু, যোগাযোগ-সংমাণ্ডলিক বিষয়া, ভূমি সংৰক্ষণ বিভাগ, ডিফু, দূৰভাষ- (০৩৬৭১)২৭২২৪১। ব্যক্তিগত লজ-সিংহাসন হোটেল,দূৰভাষ- (০৩৬৭১)২৭৪১৫৮, লিজা হোটেল,দূৰভাষ- ০৯৪৩৫৪১৬০২।
সংমণ্ডলিক বন বিষয়া, কাৰ্বীআংলং পশ্চিম সংমণ্ডল, ডিফু, দূৰভাষ- (০৩৬৭১)২৭২২৪৭(কাঃ),২৭২২২১(বাঃ)।
নৱেম্বৰৰ পৰা মাৰ্ছলৈ।
নামবৰ দৈগ্ৰুং বন্যজীৱ অভয়াৰণ্যখন ৯৭.১৫ বৰ্গ কিঃমিঃ জুৰি বিস্তাৰিত হৈ আছে তিনিটা খণ্ডত গোলাঘাট জিলাত। এইখন গৰম পানীৰ উহৰ বাবে বিখ্যাৎ আৰু বাইছন আৰু হোলক গিৱনৰ সহচ দৃশ্য দৰ্শণ হয় ইয়াত।
স্তন্যপায়ী: হাতী, গিবন, গাঁঠলু লেজৰ বান্দৰ, গাহৰি নেজীয়া বান্দৰ, মেহেম ল`ৰি, অসমীয়া বান্দৰ, সৰু বান্দৰ, বাঘ, নাহৰফুটুকী, হেপা, হৰিণ, সুগৰী, বন গাহৰি, বাইছন ইত্যাদি।
চৰাই: বগা পাখীৰ বন হাঁহ, ধনেশ, কুণ্ডলী ঠোঁটৰ ধনেশ, বৰটোকোলা ইত্যাদি।
উভচৰ আৰু সৰীসৃপ: কাছঠ, মণিটৰ জেঁঠী, অজগৰ ইত্যাদি।
ৰৰৈয়া (যোৰহাট) বিমানবন্দৰৰ পৰা ৬৮ কিঃমিঃ আৰু গুৱাহাটী এল জি বি আই বিমান বন্দৰৰ পৰা ৩১৮ কিঃমিঃ দূৰত্ব। যোৰহাটৰ পৰা অভয়াৰণ্যলৈ ৬৮ কিঃমিঃ, ডিমাপুৰৰ পৰা ৭৭ কিঃমিঃআৰু কহৰা (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা) ৭০ কিঃমিঃ।
প্ৰশান্তি পৰ্যটন লজ (অসম পৰ্যটন) গোলাঘাট, দূৰভাষ-(০৩৭৭৪)২৮০৭৩০, নামবৰ গেষ্ট হাইচ, হাস্পিতেল ৰোড, গোলাঘাট, দূৰভাষ-(০৩৭৭৪)২৮০৯০০, ফেক্স (০৩৭৭৪)২৮১০৬৬ আৰু গোলাঘটাত আছে আন বহুত হোটেল।
সংমণ্ডলিক বন বিষয়া, গোলাঘটা সংমণ্ডল, জোনাকী নগৰ, গোলাঘাট, দূৰভাষ-(০৩৭৭৪)২৮৪৭৯৮ (কাঃ), ২৮৪৯৯৭(বাঃ), বন ৰেঞ্জ বিষয়া, গোলাঘাট ৰেঞ্জ, শালমোৰা, ডাক-গোলাঘাট, দূৰভাষ-(০৩৭৭৪)২৮০৫৪৪।
অক্টোবৰৰ পৰা মাৰ্ছলৈ।
এই অভয়াৰণ্যখন ৭৮.৬৪ বৰ্গ কিঃমিঃ এলেকা জুৰি বিয়পি আছে আৰু গুৱাহাটী মহানগৰীৰ প্ৰান্ততে অৱস্থিত।
স্তন্যপায়ী: চীনদেশীয় পেংগোলিন, বাদুলি, ল`ৰি, অসমীয়া বান্দৰ, ক্ষুদ্ৰ বান্দৰ, টুপিযুক্ত লেংগুৰ, হোলক গিবন, বন মেকুৰী, লতা মাকৰি, নাহৰ ফুটুকী, হাতী, বন গাহৰী, হৰিণ, সুগৰী পহু, বাইছন, কেটেলা পহু, ইত্যাদি।
চৰাই: সৰু ডাঙৰ হাড়গিলা, পিচফাল বগা শগুণ, শিলশিলিয়া ঠোঁটৰ শগুণ, খালিজ ডঁৰিক, সেউজীয়া সম্ৰাঙ্গী পাৰ, সৰু ধনেশ ইত্যাদি।
সৰীসৃপ: অজগৰ, মণিটৰ লিজাৰ্ড, ভাৰতীয় ফেটি ইত্যাদি।
এল জি বি আই, বিমানবন্দৰ গুৱাহাটীৰ পৰা মাত্ৰ ৪০ কিঃমিঃ আৰু গুৱাহাটী ৰেলৱে ষ্টেছনৰ পৰা মাত্ৰ ১৫ কিঃমিঃ দুৰত্বত এইখন অভয়াৰণ্য অৱস্থিত।
সকলোধৰণৰ থকা-খোৱাৰ ব্যৱস্থা গুৱাহাটী মহানগৰীত আছে। এই অৰণ্য মহানগৰীৰ সমিপতে দক্ষিণৰ সীমাত টেপেছিয়া, কমাৰকুছীত ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট(জুপুৰী, টেণ্ট, ডিলাক্স কোঠা সহিতে), দূৰভাষ- (০৩৬১)২১৬০৫৮৪।
সংমণ্ডল বন বিষয়া, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডল, এ টি ৰোড, শান্তিপুৰ, গুৱাহাটী- ৭৮১০০৯, দূৰভাষ-(০৩৬১)২৬৫৬৭৭১(ব্যঃ), ০৯৪৩৫০৩১৭৮৯(মঃ)
অক্টোবৰৰ পৰা এপ্ৰিললৈ।
এই বিখ্যাৎ অভয়াৰণ্যখনৰ এলেকা ১১১.১৯ বৰ্গ কিঃমিঃ, যিখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। অসম উপত্যকাৰ ক্ৰান্তিয় সেমেকা চিৰসেউজীয়া অৰণ্য অৰুণাচলৰ ঠিক সীমাতে। অৰণ্যখন দিহিং পাটকায় হস্তী সংৰক্ষণ বননীৰ এটা অংশ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিক্ষেত্ৰৰ সমীপত, লগতে স্তিল ৱেল ৰোড আৰু এছিয়াৰ আটাইতকৈ পুৰণি শোধনাগাৰ, ডিগবৈ আৰু `মুক্ট খনন` কয়লা খনি লিডুৰ ওচৰত।
স্তন্যপায়ী: চীন দেশীয় পেংগোলিন, বাদুলী, ল`ৰি, গাঁথলু নেজৰ বান্দৰ, অসমীয়া বান্দৰ, ক্ষুদ্ৰ বান্দৰ, টুপিযুক্ত বান্দৰ, হোলক গিবন, হিমানয়ৰ কলা ভালুক, গাহৰি, বন মেকুৰী, লতা মাকৰী, হেপা, মাৰ্বলৰ ৰঙৰ দৰে মেকুৰী, ধূসৰ নাহৰ ফুটুকী, নাহৰ ফুটুকী, বন গাহৰি, চামবৰ, হৰিণ, সগৰীপহু, বাইছন, বন ছাগলী, দৈত্যকায় কেৰ্কেটুৱা, কেটেলাপহু, গাহৰি নেজীয়া বান্দৰ ইত্যাদি।
চৰাই: সৰু হাড়গিলা, জংঘলি হাঁহ, বগা ঠোঁটৰ শগুণ, ক্ষীণ ঠোঁটৰ শগুণ, বগা গালৰ পাহাৰী হয়কলী, খলিজ ডঁৰিক, মুগা ম`ৰা ডঁৰিক, ধনেশ, ঠোঁট ঘোৰ খোৱা ধনেশ, বৰ ধনেশ, ধুনীয়া সুকণ্ঠী চৰাই, গীত গোৱা চৰাই, সেউজীয়া পাৰ, সেতা টুপিযুক্ত পাৰ চৰাই ইত্যাদি।
সৰীসৃপ: ৰ`ক অজগৰ, ৰজা ফেঁটি, এছিয় পাত কাছ, মনিটৰ লিজাৰ্ড ইত্যাদি।
মোহনবাৰী (ডিব্ৰুগড়)বিমানবন্দৰৰ পৰা অভয়াৰণ্যখন ৮০ কিঃমিঃ দূৰত্বত অৱস্থিত। অভয়াৰণ্যখন ডিগবৈ, ডুলিয়াজান আৰু মাৰ্ঘেৰিটা চহৰৰ পৰা ওচৰ।
বন পৰিদৰ্শন বাংলা, ডিগবৈ, যোগাযোগ- সংমণ্ডল বন বিষয়া, ডিগবৈ সংমণ্ডল, ডিগবৈ, দূৰভাষ-(০৩৬১) ২৬৪৪৩৩। ব্যক্তিগত লজবোৰ হ`ল- ডিগবৈ পৰ্যটন লজ আৰু ৰেষ্টোৰেণ্ট, গোলাই নম্বৰ-১, ডিগবৈ, ডাক-ডাগবৈ, দূৰভাষ- ৯৪৩৫১৬৯২৪৭, চেণ্ট্ৰেল ট্ৰাণজিট একোমোডেছন, আই ও চি. ডিগবৈ, দূৰভাষ- (০৩৭৫১) ২৬৪০২৫
সংমণ্ডলিক বন বিষয়া, ডিগবৈ সংমণ্ডল, ডাক, ডিগবৈ,পান-৭৮১৬১৭১, জিলা তিনচুকীয়া, দূৰভাষ-(০৩৭৫১) ২৬৬৪৪৩৩, ৰেঞ্জবন বিষয়া, চৰাইপুং, ডাক- ভাদৈপাঞ্চালী, জিলা-তিনচুকীয়া, ৰেঞ্জ বন বিষয়া, মাৰ্ঘেৰিটা, পশ্চিম ৰেঞ্জ, ডাক-মাৰ্ঘেৰিটা, জিলা- তিনচুকীয়া।
চেপ্তেম্বৰৰ পৰা মাৰ্ছলৈ।
বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যই ৩২৬.২৪ বৰ্গ কিঃমিঃ এলেকা এটা আগুৰি আছে কাছাৰৰ ক্ৰান্তিয় সেমেকা চিৰসেউজীয়া আৰু অৰ্ধসেউজীয়া অৰণ্যৰে।
স্তন্যপায়ী: চীনদেশীয় পেংগোলিন, বাদুলী, ল`ৰি, গাঁঠলু লেজৰ বান্দৰ, অসমীয়া বান্দৰ, ক্ষুদ্ৰ বান্দৰ, টুপিযুক্ত বান্দৰ, হোলক গিবন, হিমালয়ৰ কলা ভালুক, হালধীয়া গলেৰে এবিধ নোমাল জন্তু বেদজাৰ, বনৰীয়া মেকুৰী, লতামাকৰী, হেপা, বগা মেকুৰী, ধূসৰ নাহৰফুটুকী, নাহৰফুটুকী, বনগাহৰি, হৰিণ, সূগৰীপহু, খুঁটীয়া পহু, কেৰ্কেটুৱা, কেটেলা পহু ইত্যাদি।
চৰাই: হাৰগিলা, বগা পিঠিৰ শগুণ, শীৰ্ণ ঠোঁটৰ শগুণ, বগা গালৰ পাহাৰীয়া হয়কলী, পৰ্বতীয়া বাঁহত পোৱা হয়কলী, খলিজ ডঁৰিক, ধোৱা বৰণৰ ম`ৰা ডঁৰিক, মূগা গলৰ ধনেশ, ধেনুভাজৰ ঠোঁট থকা ধনেশ, বৃহৎ আকাৰৰ পখৰা ধনেশ ইত্যাদি।
সৰিসৃপ: ৰ`ক অজগৰ, পজা ফেঁটি, পাহাৰী কাছ, এছিয় পাত কাছ, মণিটৰ লিজীৰ্ড ইত্যাদি।
ওচৰৰ শিলচৰ (কুম্ভিৰ্গ্ৰাম) বিমানবন্দৰ ৪০ কিঃমিঃ দূৰ। ওচৰৰ চহৰ শিলচৰৰ পৰা জূৰত্ব হয় ৪০ কিঃমিঃ আৰু কৰিমগঞ্জৰ পৰাও প্ৰায় ৪০ কিঃমিঃ।
প্ৰশান্তি পৰ্য্যটন লজ (এ টি ডি চি)ছিলচৰ, যোগাযোগ-পৰ্যটন কাৰ্য্যালয়। আৱৰ্তভৱনৰ কাৰণে, শিলচৰত থকা ডাক-বাংলা, যোগাযোগ-উপ- আয়ুক্ত, শিলচৰ, দূৰভাষ-(০৩৮৪২)২৪৫০৫৬। পৰ্যটন আন্তগাঁথনি আৰু নিৰাপত্তাৰ অভাৱ হেতু অভয়াৰণ্য চৌহদত থকাৰ কথাটো ত্যাগ কৰাই ভাল।
ডি. এফ. ও কৰিমগঞ্জ সংমণ্ডল, দূৰভাষ-(০৩৮৪৩)২৭৩৪৫৫, ৰেঞ্জ বন বিষয়া, কালাইন, দূৰভাষ-(০৩৮৪৫)২৮৩৫৩৫, ডি. এফ. ও, কাছাৰ সংমণ্ডল, দূৰভাষ-(০৩৮৪২)২২৬২৬৪৭, (০৩৮৪২)২২৪৫৬৪৮, ৰেঞ্জ বন বিষয়া, উধাৰ বন্দ, দূৰভাষ- (০৩৮৪২) ২২৮১৪৭২।
অক্টোবৰৰ পৰা মাৰ্ছলৈ।
গুৱাহাটী মহানগৰীৰ পশ্চিম সীমাত অৱস্থিত, দীপৰ বিল অভয়াৰণ্য এখন মাত্ৰ `ৰামচাৰ` স্থলি ৰাজ্যৰ ভিতৰতে। এইখন চিত্ৰ নিৰ্মাণৰ কাৰণে উপযুক্ত সেমেকা ভূমি ৪.৪১ বৰ্গ কিঃমিঃৰ।
১৭০ বিধ চৰাইৰ, ২বিধ জৰুৰীভাৱে সংকটত পৰা, ১বিধ বিপদসংকুল, ৫ বিধ অৰক্ষিত, ৪ বিধ ভাবুকিৰ সম্নুখিল হোৱা মূখ্য পক্ষী সম্পৰ্কীয় প্ৰজাতিৰ ভিতৰত, হাড়গিলা, শৰালী, খোল ঠোঁটৰ বৰটোকোলা, বহল ঠোঁটৰ হাঁহ, পিণ্টেইল, গাৰগেনি, ডঁৰিকৰ ফিছাৰ জাকানা, হাতীৰ পাল নামে সময়ে সময়ে নিকটবৰ্তী ৰাণী-গড়ভাঙা অঞ্চলৰ পৰা।
তথ্যভূক্ত সৰিসৃপ এতিয়ালৈ বাৰ বিধ, মাছ ৫০ বিধ, ৬ বিধ উভচৰ, ইয়াৰ লগতে ১৫৫ বিধ প্ৰজাতিৰ জলচৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী পোৱা যায়। কদো বৰল, পখিলা, পতঙ্গ সমূদায় ইয়াত পোৱা হয়।
১৮ কিঃমিঃ দূৰ মাত্ৰ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা আৰু ইয়াক জনা যায় ইয়াৰ অবিকৃত সৌন্দৰ্য্য আৰু ব্যতিক্ৰমি পক্ষী হৈচিত্ৰৰ কাৰণে। ৰাণী-গড়-ভাঙা সংৰক্ষিত পৰ্ণপাতী আৰু অৰ্ধ চিৰসেউজীয়া বনাঞ্চলৰ সমীপত থকা দক্ষিণ প্ৰান্তৰ অৱস্থিতিয়ে বিৰল দৃশ্য উপহাৰ দিয়ে য`ত এজনে দেখিব সন্মোহিত ৰূপে সেমেকা ভূমিৰ সৈতে বনৰ সুন্দৰ পৰিৱেশ ব্যৱস্থাৰ
গাতে লাগি থকা গুৱাহাটী মহানগৰীত সকলো ধৰণৰ থকা খোৱাৰ ব্যৱস্থা আছে।
সংমণ্ডল বন বিষয়া, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডল, এ টি ৰোড, শান্তিপুৰ, গুৱাহাটী- ৭৮১০০৯, দূৰভাষ-(০৩৬১)২৬৫৬৭৭১(পি), ০৯৪৩৫০৩১৭৮৯(মোবাইল)
অক্টোবৰৰ পৰা এপ্ৰিললৈ।
ধেমাজি আৰু লক্ষীমপুৰ জিলাত অৱস্থিত পক্ষী অভয়াৰণ্যখন ১১.২৫ বৰ্গ কিঃমিঃভূখণ্ডৰে আগুৰি আছে আৰু এই খন ঠাই হ`ল বৰ শৰালীৰ প্ৰজনন ভূমি।
চৰাই: পক্ষী প্ৰজাতি ইয়াত ২৪ বিধ পোৱা হয়। মাছ ৰোকা, শৰালী, হাড়গিলা, ফুটফুটীয়া কপৌ, ডঁৰিক ফিচাৰ জাকানা, তাম বৰনীয়া পাখিৰ জাকানা, গঙ্গা চিলনী, গাল, খঞ্জন পক্ষী, পাটমাদৈ, বেঙূনীয়া বৰণৰ পানী কুকুৰা, খোলা ঠোঁটৰ হাড়গিলা ইত্যাদি।
জলজ প্ৰজাতি: বিভিন্ন প্ৰজাতিৰ দেশীয় মাছ, ভেকুলী আৰু সাপ, কাছ ইত্যাদি।
লক্ষীমপুৰ (লিলাবাৰী) বিমানবন্দৰৰ পৰা ৫৪ কিঃমিঃ দূৰত্বত।
হোটেল গ্ৰাণ ভিউ, উত্তৰ লক্ষীমপুৰ, দূৰভাষ- (০৩৭৫২)২২২৫৯, হোটেল মুন লাইট, উত্তৰ লক্ষীমপুৰ,দূৰভাষ- (০৩৭৫২)২৪৪২৩৫, ২৪২৩২৪।
সংমণ্ডল বল বিষয়া, ধেমাজি সংমণ্ডল, ধেমাজি, দূৰভাষ- (০৩৭৫৩)২২৫০২৬(কাঃ) আৰু সংমণ্ডল বন বিষয়া লক্ষীমপুৰ সংমণ্ডল, উত্তৰ লক্ষীমপুৰ, ধেমাজি, দূৰভাষ- (০৩৭৫৩)২৩০২৭২ (কাঃ)
ডিছেম্বৰৰ পাৰ ফ্ৰেব্ৰুৱাৰী লৈ।
যদিও এই অভয়াৰণ্যখন কাৰ্বীআংলং স্বায়ত্বশাসন পৰিষদৰ অধীন এলাকাত অৱস্থিত, এইখন অত্যন্তভাৱে গুৰুত্বপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাণখন বৰ্তি খকাৰ ক্ষেত্ৰত, যেন কৌশলগতভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণফালে অৱস্থিত আৰু আশ্ৰয়ৰ যোগান ধৰি আহিছে বছৰেকীয়া বান পানীৰ সময়ত জীৱ-জন্তুবোৰ যেতিয়া প্ৰৱজন কৰিব লগা হয়।
স্তন্যপায়ী: বাঘ, ক্ষুদ্ৰতৰ মেকুৰী, হাতী, বাইছন, সুগৰি পহু, হৰিণ ক্ষুদ্ৰ বান্দৰ, হোলক গিবন, টুপিযুক্ত বান্দৰ, লেহেম ল`ৰি ইত্যাদি।
যোৰহাট বিমান বন্দৰৰ পৰা প্ৰায় ৮৮ কিঃমিঃ আৰু গুৱাহাটীৰ এল জি বি আই বিমানবন্দৰৰ পৰা প্ৰায় ২১৭ কিঃমিঃ। অভায়ৰণ্যখন ডিফুৰ পৰা প্ৰায় ২০৫ কিঃমিঃ।
অৰণ্য লজ, দূৰভাষ-(০৩৭৭৬)২৬২৪২৯, বনানী, বনশ্ৰী, কুঞ্জবন লজ, কহৰাত থকা এই লজবোৰ অসম পৰ্যটন বিভাগৰ অধীন মাত্ৰ ২০ মিনিটৰ খোজ পেলালেই অভয়াৰণ্যখন পাব পাৰি। যোগাযোগ (০৩৭৭৬) ২৬২৪২৩। বনৰীয়া ঘাঁহনী, দূৰভাষ-(০৩৭৭৬)২৬২০৮৫, বন হাবি ৰিজৰ্ট, দূৰভাষ-(০৩৭৭৬)২৬২৬৭৫, ব্ৰহ্মপুত্ৰ অশোকা, দূৰভাষ-৯৪৩৫০১১৩৮২, ধনশ্ৰী লজ, দূৰভাষ-(০৩৭৭৬)২৬২৪২০, প্ৰশান্তি লজ, দূৰভাষ-(০৩৭৭৬)২৬২৭০০, এই আটাইবোৰ ৫ৰ পৰা ১০ কিঃমিঃ ৰৰ দূৰত্বত অৱস্থিত অভয়াৰণ্যৰ লগতে এন এইছ-৩৭ৰ পৰা।
সংমণ্ডলিক বন বিষয়া, কাৰ্বীআংলং পূব সংমণ্ডল ডিফু, দূৰভাষ-(০৩৬৭১)২৭২২৩৭(কাঃ),২৭৩৩০৩(বাঃ)
নবেম্বৰৰ পৰা এপ্ৰিললৈ।