বন সংৰক্ষণ আইন, ১৯৮০ এনে এখন আইন যি নিয়ন্ত্ৰণ ব্যৱস্থাৰ এটা অন্যান্য অংশ যিয়ে তাৰ সমৃব্ধ বন, জৈৱবৈচিত্ৰ আৰু প্ৰকৃতিক ঐতিহ্য আৰু সম্পদ ৰক্ষাৰ কৰাণে জাতিৰ যৌথ ইচ্ছাক প্ৰতিফলিত কৰে। এই আইনে বাভিন্ন উন্নয়নৰ উদ্দেশ্যে একমাত্ৰ বনভূমিৰ অপৰিবৰ্তনীয় ব্যৱহাৰক অনুমোদন কৰে। ই বনৰ সুন্দৰ পৰিবেশ, স্বাস্থ্য আৰু অৰ্থব্যৱস্থাত যোগদান দিয়া সমাজৰ স্বতন্ত্ৰ বিকাশ সম্বন্ধীয় অৱশ্যকতাৰ লগতে বনৰ সংৰক্ষণ সন্তুলিত কৰাৰ কাৰণে চৰকাৰ আৰু বিভাগ সমূহৰ দৃহ অঙ্গীকাৰৰ অঙ্গ।
এই আইনৰ প্ৰকৃতি নিয়ন্ত্ৰক আৰু নিষিদ্ধ নহয়।
বৰ্ষ | বিকল্পৰ কাৰণে অনুমোদিত এলেকা | কাৰ্য্যকৰী নোহোৱা বিকল্প ব্যৱস্থা | ব`ল্ডাৰ সংগ্ৰহৰ কাৰণে এলেকা | কৃত্ৰিম পুনৰ উৎপাদনৰ কাৰণে বিকল্প | মুঠ বিকল্প |
---|---|---|---|---|---|
১৯৮০ | |||||
১৯৮১ | |||||
১৯৮২ | ১৭০.২০ | ১৭০.২০ | |||
১৯৮৩ | |||||
১৯৮৪ | ৯৯.২৭ | ৯৯.২৭ | |||
১৯৮৫ | ২১৯.৯০ | ২১৯.৯০ | |||
১৯৮৬ | ৭.৫৩ | ৭.৫৩ | |||
১৯৮৭ | ১১৬.২৮৯ | ১১৬.২৮৯ | |||
১৯৮৮ | ৯.৭৮৮ | ৯.৭৮৮ | |||
১৯৮৯ | ১১.১২৩ | ১১.১২৩ | |||
১৯৯০ | ৭৪.২৫৩ | ৭৪.২৫৩ | |||
১৯৯১ | ৭০.০১৫ | ৭০.০১৫ | |||
১৯৯২ | ১৫৯.১৭৮ | ১৫৯.১৭৮ | |||
১৯৯৩ | ৩৭০৩.২৬৮ | ৩৭০৩.২৬৮ | |||
১৯৯৪ | ৩৫৪.৭৫ | ৩৫৪.৭৫ | |||
১৯৯৫ | ১৩৬.৫৭ | ১৩৬.৫৭ | |||
১৯৯৬ | ২০.৫৪ | ২০.৫৪ | |||
১৯৯৭ | ২১.২১ | ২১.২১ | |||
১৯৯৮ | ১৭.৮৭ | ১৭.৮৭ | |||
১৯৯৯ | ৫০.৭৩৫ | ৫০.৭৩৫ | |||
২০০০ | ২১.৬০ | ২১.৬০ | |||
২০০১ | ১৮.০৩৬ | ১৮.০৩৬ | |||
২০০২ | ৩.৮৪ | ৩.৮৪ | |||
২০০৩ | ১২.০৭৬ | ১২.০৭৬ | |||
২০০৪ | ৫৮৩.০৫ | ৫৮৩.০৫ | |||
২০০৫ | ৮.৪৪ | ২৪৫.০০ | ২৫৩.৪৪ | ||
২০০৬ | ৩৫.৮৭৯ | ১৪.০৫ | ৪৯.৯২৯ | ||
২০০৭ | ১.৪২১৪ | ২৫.৬৪৮ | ২৭.০৬৯৪ | ||
মুঠ | ৬৯২৬.৮৩১৪ | ২৮৪.৬৯৮ | ৬২১১.৫৩ |
1. | বিকল্পৰ উদ্দেশ্য:- | সংখ্যা | |
(I) জলসিঞ্চন প্ৰকল্প :- | ২ | ||
(II) হাইডেল প্ৰকল্প:- | ৩ | ||
(III) খনন :- | ২ | ||
(IV) ৰাস্তা নিৰ্মাণ :- | ৩ | ||
(V) ৰেলৱে লাইন স্থাপন | ৪ | ||
(VI) ট্ৰেন্সমিশন লাইন/পাইপ লাইন স্থাপন | ২৩ | ||
(VII)অন্যান্য | ১৩২ | ||
মুঠ (সংখ্যা) :- | ১৬৯ | ||
2. | বিকল্পিত বন এলেকা(হেঃ.) :- | ৬২১১.৫৩ | |
3. | পৰিপূৰক বনানিকৰণ অনুবদ্ধ(হেঃ.) | ৭৮১২.২৭৯ | |
(I) বন ভূমিৰ ওপৰত | ৬৫৪৮.৬১৫ | ||
(II) অ-বন ভূমিৰ ওপৰত | ১২৬৩.৬৬৪ | ||
মুঠ(হেঃ.) | ১৫৬২৪.৫৫৮ | ||
4. | পৰিপূৰক বনানিকৰণ সম্পাদন৩১.১২.২০০৬ লৈ (হেঃ.) | ||
(I) বন ভূমিৰ ওপৰত | ৯৮৮৯.০৫৪ | ||
(II) অ-বন ভূমিৰ ওপৰত | ৭৪৪.৯৬৪ | ||
মুঠ | ১০৬৩৪.০১৮ | ||
5. | বনানিকৰণ কৰিবলৈ বাকী থকা এলেকা (হেঃ.) | ||
(I) বন ভূমিৰ ওপৰত | নাই | ||
(II) অ-বন ভূমিৰ ওপৰত | নাই | ||
মুঠ | |||
6. | ৩১.০৩.২০০৬ৰ পৰা ৩১.০৩.২০০৭ লৈ ব্যয় কৰা পুঁজি (টকা লাখত) | ১৩৫৫৯৪৫৪৯.৩২ | |
7. | ব্যৱহাৰকাৰী সংস্থাৰ পৰা প্ৰাপ্ত পুজি (টকা লাখত) | ২৯২৪৯৮৩৯৬.৯৩ | |
বৰ্য | বিকল্পৰ কাৰণে অনুমোদিত এলেকা | ব`ল্ডাৰৰ কাৰণে এলেকা | মুঠবিকল্প |
২০০৮ | ১৮৯.৫০৬০ | ৪.৫০০ | ১৯৪.০০৬০ |
২০০৯ | ৬৯৪.৬৭২০ | ২.০০০ | ৬৯৬.৬৭২০ |
২০১০ | ৮৮.০০০০ | ২.০০০ | ৯০.০০০০ |
২০১১ | ০.৬৭০৮ | ২.০০০ | ২.৬৭০৮ |
মুঠ | ৬৮৯৯.৬৭৯৪ | ২৯৫.১৯৮ | ৭১৯৪.৮৭৭৪ |
১. বিকল্পৰ উদ্দেশ্য | |
জলসিঞ্চন প্ৰকল্প :- | ২ |
হাইডেল প্ৰকল্প:- | ৪ |
খনন :- | ১৭ |
ৰাস্তা নিৰ্মাণ :- | ১৩ |
ৰেলৱে লাইন স্থাপন | ৪ |
ট্ৰেন্সমিশন লাইন/পাইপ লাইন স্থাপন | ২৬ |
অন্যান্য | ১৩৮ |
মুঠ (সংখ্যা) :- | ২০৪ |
2. বিকল্পিত বন এলেকা (হেঃ) | ৭১৯৪.৮৭৮ |
১. পৰিপূৰক বনানিকৰণ অনুবদ্ধ(হেঃ.) (i) বন ভূমিৰ ওপৰত: ৭৫৪৮.৬১৫ (ii) অ-বন ভূমিৰ ওপৰত: ২২৩০.৩৬০ মুঠ : ৯৭৭৮.৯৭৫ |
2. ৩১.১২.২০১১ লৈ কাৰ্য্যকৰী কৰা পৰিপূৰক বনানিকৰণ আচনি (হেঃ) (i) বন ভূমিৰ ওপৰত: ১১২৭৮.১১৪ (ii) অ-বন ভূমিৰ ওপৰত: ১০৪৪.৯৬৪ মুঠ : ১২৩২৩.০৭৮ |
3. বনানিকৰণৰ কাৰণে বাকি থকা এলেকা(হেঃ) (i) বন ভূমিৰ ওপৰত: ৭.৩৪১ (ii) অ-বন ভূমিৰ ওপৰত: নাই |
4. ভূমি ব্যয় ৩১.০৩.২০০৭ ৰ পৰা ৩১.১২.২০১১লৈ মূল্য : ১১০৭.৬৮৭ লাখ টকা |
5. ৩১.১২.২০১১ লৈ সংস্থা সমূহৰ পৰা প্ৰাপ্ত পূঁজি মূল্যঃ ১৫৭৪২.৪৬৩ লাখ টকা |