মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন

বায়ুৰ গুণাগুণ নিৰীক্ষণ

এন এ এম পি : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডৰ দ্বাৰা বিত্ত পোষিত ৰাষ্ট্ৰীয় বায়ু গুণাগুণ নিৰীক্ষণ কাৰ্য্যক্ৰম (এন এ এম পি)ৰ উদ্দেশ্য ৰাজ্যৰ বায়ুৰ পৰিবেশগত গুণাগুণ নিৰ্নয় কৰা। এই কাৰ্য্যক্ৰমৰ অধীনত বৰ্তমান সময়ত বামুণীমৈদাম, গুৱাহাটীত মাত্ৰ এটা নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কাৰ্য্যক্ৰমৰ অধীনত অতিশীঘ্ৰে কিছুসংখ্যক নিৰীক্ষণ কেদ্ৰ স্থাপন কৰা হ`ব বুলি প্ৰস্থাৱ গ্ৰহণ কৰা হৈছে।

ৰাজ্যৰ ভিতৰত সময়ে সময়ে উদ্যোগিক, বাণিজ্যিক, আবাসিক আৰু নীৰৱ এলেকা সমূহৰ ভিতৰৰ বায়ুৰ গুণাগুণ নিৰীক্ষণ কৰি অহা হৈছে।